মেষ ৰাশি : দিনটো শুভ ৷ প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ ভাগ্য ভাল ৷ নতুন ঘৰ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে ৷ প্ৰেমত শুভ ৷
বৃষ ৰাশি : দিনটো শুভ ৷ ব্যৱসায়ৰ ক্ষেত্ৰত অনুকূল ৷ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে ৷ চাকৰিয়ালসকলৰ বাবে শুভ দিন ৷ সংসাৰত সুখ-শান্তি লাভ ৷
মিথুন ৰাশি : দিনটো শুভ ৷ ভ্ৰমণৰ যোগ ৷ আনৰ পৰামৰ্শ নল’ব ৷ নিজৰ হকে নিজে পদক্ষেপ লওক ৷ কৰ্মত শান্ত হৈ কৰ্ম কৰিব ৷
কৰ্কট ৰাশি : কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ লক্ষ্যত সফল ৷ ব্যৱসায়ত সফল ৷ খৰচ বৃদ্ধি ৷ সন্ধিয়া সকলো অশান্তিৰ কাৰণ দূৰ হ’ব ৷ বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক উন্নত ৷
সিংহ ৰাশি : স্বামী-স্ত্ৰীৰ মাজত কিছু মতানৈক্য হ’ব পাৰে ৷ শান্ত হৈ থাকক ৷ ব্যৱসায়ত শান্ত হৈ কৰ্ম সম্পাদন কৰক ৷
কন্যা ৰাশি : দিনটো শুভ ৷ ঘৰ আৰু কৰ্মক্ষেত্ৰত উৎসাহপূৰ্ণ আৰু উত্তম মানসিকতাৰে কৰ্ম সম্পাদন কৰিব ৷ বন্ধু আৰু সহকৰ্মীৰ মাজত সম্পৰ্ক উন্নত ৷ স্বাস্থ্য উন্নত ৷ প্ৰয়োজনৰ তুলনাত অধিক ব্যয় হোৱাৰ সম্ভাৱনা ৷
তুলা ৰাশি : দিনটো প্ৰায় শুভ যদিও সতৰ্কতা অৱলম্বন কৰক ৷ শিক্ষাৰ্থীসকলৰ বাবে মধ্যমীয়া দিন ৷ ভ্ৰমণ বাতিল কৰক ৷ ঘনিষ্ঠ বন্ধুৰ সৈতে মতানৈক্য হ’ব পাৰ ।
বৃশ্চিক ৰাশি : ব্যৱসায়ত অধিক ব্যস্ত ৷ কৰ্মব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱনত পৰিব ৷ মনতো সক্ৰিয় কৰি ৰাখিব ৷ যোগাসন কৰক ৷ মানসিক শান্ত লাভ ৷
ধনু ৰাশি : দিনটো কিছু মিশ্ৰিত খেলি-মেলি হ’ব পাৰে ৷ কৰ্মক্ষেত্ৰত সতৰ্ক থাকক ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷
মকৰ ৰাশি : পৰিয়ালৰ সৈতে বিবাদত লিপ্ত নহ’ব ৷ শান্ত হৈ সকলো কৰ্ম সম্পাদন কৰক ৷ স্বাস্থ্য উন্নত ৷ শিক্ষাৰ্থীসকলৰ বাবে অনুকূল ৷
কুম্ভ ৰাশি : দিনটো শুভ ৷ শাৰীৰিক আৰু মানসিক স্বাস্থ্য উন্নত ৷ ভ্ৰমণৰ যোগ ৷ পৰিয়ালৰ সৈতে দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷
মীন ৰাশি : দিনটো শুভ ৷ ভাগ্য ভাল ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ গ্ৰহণ কৰক ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমত শুভ ৷