ETV Bharat / bharat

CWG Day 2 : ভাৰোত্তোলন, এথলেটিকছ, জিমনাষ্টিকছত ভাৰতৰ স্বৰ্ণ জয়ৰ লক্ষ্য

author img

By

Published : Jul 30, 2022, 1:05 PM IST

বেডমিণ্টন আৰু টেবুল টেনিছ দলে নকআউটত পৰ্যায়লৈ অগ্ৰগতি লাভৰ আশা কৰিছে আৰু মহিলা হকী দলে তেওঁলোকৰ গ্ৰুপ পৰ্যায়ৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিব (Commonwealth Games 2022 day 2) ।

cwg
cwg

স্পৰ্টছ ডেস্ক, ৩০ জুলাই : বাৰ্মিংহামত অনুষ্ঠিত ২০২২ চনৰ কমনৱেলথ গেমছৰ প্ৰথম দিনটোৰ আশাব্যঞ্জক আৰম্ভণিৰ পিছত দ্বিতীয় দিনটোতো একেই ধাৰা অব্যাহত ৰাখিব বিচাৰিছে ভাৰতীয় দলটোৱে (Day 2 of 2022 Commonwealth Games in Birmingham) । বিশেষকৈ টকিঅ' অলিম্পিকৰ ৰূপৰ পদক বিজয়ী আৰু ২০১৮ চনৰ চিডব্লিউজি (CWG) স্বৰ্ণ পদক বিজয়ী চাইখোম মীৰাবাই চানুৰ ওপৰত আজিৰ দিনটোত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব (Tokyo Olympic silver medallist Saikhom Mirabai Chanu) ।

বেডমিণ্টন আৰু টেবুল টেনিছ দলে নকআউটত পৰ্যায়লৈ অগ্ৰগতি লাভৰ আশা কৰিছে (Indian Badminton and Table Tennis teams looking to progress) আৰু মহিলা হকী দলে তেওঁলোকৰ গ্ৰুপ পৰ্যায়ৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিব । ভাৰতীয় বেডমিণ্টন দলটোৱে পাকিস্তানৰ বিৰুদ্ধে ৫-০ ব্যৱধানত পোনপটীয়া জয়েৰে প্ৰত্যাহ্বান জনাই তেওঁলোকৰ সন্মিলিত দলীয় খিতাপ জয়ৰ যাত্ৰা আৰম্ভ কৰিছে (Indian badminton team sweep against Pakistan in CWG) ।

বেডমিণ্টনত পি ভি সিন্ধু আৰু কিদাম্বি শ্ৰীকান্তে জয়লাভ কৰিছে (PV Sindhu and Kidambi Srikanth won in CWG) । মহিলা ক্ৰিকেটত পাকিস্তানৰ বিৰুদ্ধে তিনি উইকেটৰ পৰাজয়েৰে কমনৱেলথ ক্ৰিকেটত (Indian women cricket team lost in CWG cricket) আত্মপ্ৰকাশ কৰে । ভাৰতীয় মহিলা টেবুল টেনিছ দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৩-০ ৰ বিজয় আৰু তাৰ পিছত ফিজিৰ বিৰুদ্ধে ৩-০ ব্যৱধানত বিজয়েৰে অত্যন্ত ভাল প্ৰদৰ্শন কৰে ।

বক্সিংত শিৱ থাপাই পাকিস্তানৰ চুলেমান বালুচৰ বিৰুদ্ধে তেওঁৰ পুৰুষৰ 63.5 কিলোগ্ৰাম ৰাউণ্ড অব 32 মেচত বিজয়ী হয় (Shiva Thapa won against Suleman Baloch in CWG) । প্ৰথমদিনা ঘানাৰ বিৰুদ্ধে ভাৰতীয় মহিলা হকী দলে ৫-০ গ'লত জয়লাভ কৰাৰ ফলত উৎসাহ বৃদ্ধি পাইছে । সাঁতোৰত কুশগ্ৰা ৰাৱাটে তৃতীয়টো পদক্ষেপত অন্তিম স্থান লাভ কৰে আৰু পুৰুষৰ 400 মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টৰ পৰা বাহিৰ ওলায় । ট্ৰাইথলনত ভাৰতে প্ৰগন্য মোহন আৰু সঞ্জনা যোশীৰ হতাশাজনক প্ৰদৰ্শনেৰে ক্ৰমান্বয়ে 26 আৰু 27 সংখ্যক স্থান লাভ কৰে । দ্বিতীয় দিনৰ সূচীত ভাৰোত্তোলন, এথলেটিকছ আৰু পেৰা-ছুইমিঙৰ ফাইনেলকে ধৰি অসংখ্য উত্তেজনাপূৰ্ণ ইভেণ্ট অন্তৰ্ভুক্ত আছে ।

এথলেটিকছ (ATHLETICS)

  • ভাৰতে পুৰুষৰ মাৰাথন ফাইনেলত এটা পদক লাভৰ লক্ষ্যৰে নীতেন্দ্ৰ সিং ৰাৱাটে নিশা ১.৩০ বজাত সাজু হ'ব ।

পেৰা-ছুইমিং (PARA-SWIMMING)

  • ভাৰতৰ আশিস কুমাৰ সিঙে পুৰুষৰ 100 মিটাৰ বেকষ্ট্ৰোক এছ 9 ফাইনেলত তেওঁৰ চূড়ান্ত ৰাউণ্ডৰ বাবে যুঁজ দিব পুৱা 12.18 বজাত ।

সাঁতোৰ (SWIMMING)

  • 200 মিটাৰ ফ্ৰীষ্টাইল হিট 3- কুশগ্ৰাৱত (আবেলি 3.00 বজাত)

জিমনাষ্টিকছ (GYMNASTICS)

  • মহিলা দলৰ ফাইনেল আৰু ব্যক্তিগত যোগ্যতা উপ বিভাগ 3- প্ৰণতি নায়ক, ৰুথুজা নতৰাজ, প্ৰতিস্থা চামন্ত (নিশা 9.00 বজা)

বেডমিণ্টন (BADMINTON)

  • মিক্সড দলীয় গ্ৰুপ এ - ভাৰত বনাম শ্ৰীলংকা (দুপৰীয়া 1.30 বজা)
  • মিক্সড দলীয় গ্ৰুপ এ - ভাৰত বনাম অষ্ট্ৰেলিয়া (নিশা 11.30 বজা)

বক্সিং (BOXING)

  • 54 কিগ্ৰা-57 কিগ্ৰাৰ ঊৰ্ধ্বৰ (ৰাউণ্ড অব 32) - হুচামুদ্দিন মহম্মদ বনাম আমজোলেলে (দক্ষিণ আফ্ৰিকা, আবেলি 4.30 বজাত)
  • চাইক্লিং (CYCLING) আবেলি 02.30 বজাৰ পৰা সন্ধিয়া 06.15 বজা
  • মহিলা স্প্ৰিণ্ট যোগ্যতা অৰ্জন - মায়ুৰী লুটে, ত্ৰিশা পল
  • মহিলাৰ 3000 মিটাৰ ব্যক্তিগত পাৰছুইট যোগ্যতা অৰ্জন - মীনাক্ষী
  • পুৰুষৰ 4000 মিটাৰ ব্যক্তিগত পাৰছুইট যোগ্যতা অৰ্জন - বিশ্বজিৎ সিং, দীনেশ কুমাৰ

পুৰুষৰ কাইৰিন প্ৰথম ৰাউণ্ড (সন্ধিয়া 8.30 বজাৰ পৰা 11.30 বজা)

হকী (HOCKEY)

  • মহিলা পুল এ - ইণ্ডিয়া বনাম ৱেলছ (নিশা 11.30 বজা)

ভাৰোত্তোলন (WEIGHTLIFTING)

  • পুৰুষৰ 55 কিগ্ৰা - সংকেত মহাদেৱ ছাৰ্গাৰ (01.30 বজাৰ পৰা 06.15 বজা)
  • পুৰুষৰ 61 কিগ্ৰা - গুৰুৰাজ (আবেলি 01.30 বজাৰ পৰা 6.15 বজা)
  • মহিলাৰ 49 কিগ্ৰা - চাইখোম মীৰাবাঈ চানু (সন্ধিয়া 8.00 বজাৰ পৰা 10.15 বজা)

টেবুল টেনিছ (TABLE TENNIS) আবেলি 2.00 বজাৰ পৰা সন্ধিয়া 7.00 বজা

  • মহিলা দলীয় গ্ৰুপ 2 - ভাৰত বনাম গায়েনা
  • পুৰুষ দলীয় গ্ৰুপ - ভাৰত বনাম উত্তৰ আয়াৰলেণ্ড

স্কোৱাছ (SQUASH)

(আবেলি 4.30 বজাৰ পৰা সন্ধিয়া 7.00 বজা)

  • পুৰুষৰ একক ৰাউণ্ড অব 32 - ৰামিট টেণ্ডন বনাম ক্ৰিষ্টোফাৰ বিনি (জামাইকা)
  • মহিলা একক ৰাউণ্ড অব 32 - যোশানা চিনাপ্পা বনাম ঘোষণা হ'বলগীয়া
  • মহিলা একক ৰাউণ্ড অব 32 - সুনয়না চাৰা কুৰুভিলা বনাম আইফা আজমান (মালয়েছিয়া)
  • পুৰুষৰ একক ৰাউণ্ড অব 32 - সৌৰভ ঘোষাল বনাম ঘোষণা হ'বলগীয়া

লন বল (LAWN BALLS) 1.00 বজাৰ পৰা সন্ধিয়া 6.15 বজা

  • পুৰুষৰ ট্ৰিপল - ভাৰত বনাম মাল্টা
  • মহিলা একক - তানিয়া চৌধুৰী বনাম লৌৰা ডেনিয়েলছ (ৱেলছ)
  • পুৰুষৰ যুটীয়া - ভাৰত বনাম কুক দ্বীপ
  • মহিলাৰ চাৰি - ভাৰত বনাম কানাডা

লগতে পঢ়ক :CWG 2022 squash: ভাৰতৰ কনিষ্ঠতম এথলীট অনাহাত সিঙৰ জয়যাত্ৰা আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.