ETV Bharat / bharat

ভোট চুৰিৰ আশংকা চিপিআইএমৰ

টিটিএএডিচি অঞ্চলৰ জন সাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ যাতে হ্ৰাস নহয় তাৰ প্ৰতি নিৰ্বাচক মণ্ডলীক যিকোনো অপচেষ্টা প্ৰতিৰোধ কৰিবলৈ আহ্বান জনায় ৷ দলটোৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি দাসে কয় যে শাসকীয় দলটোৰ একাংশ দুৰ্বৃত্তই সমগ্ৰ টিটিএএডিচি অঞ্চলত উত্তেজনা সৃষ্টি কৰি এক বিষাক্ত পৰিৱেশৰ সূচনা কৰিছে ৷

author img

By

Published : Apr 11, 2021, 7:32 PM IST

CPIM apphends massive violence during counting
ভোট চুৰিৰ আশংকা চিপিআইএম ৰ

নেচনেল ডেস্ক,11 এপ্ৰিল: শনিবাৰে ত্ৰিপুৰাৰ পৰিষদৰ নিৰ্বাচনৰ ভোট গণনা অনুষ্ঠিত হৈ যায় ৷ গণনাৰ দিনা শাসকীয় দলে ভোট চুৰি কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰাৰ আশংকাত ভোগে ৰাজ্যখনৰ চিপিআইএমৰ ৰাজ্যিক সম্পাদক গৌতম দাসে ৷ টিটিএএডিচি অঞ্চলৰ জন সাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ যাতে হ্ৰাস নহয় তাৰ প্ৰতি নিৰ্বাচক মণ্ডলীক যিকোনো অপচেষ্টা প্ৰতিৰোধ কৰিবলৈ আহ্বান জনায় ৷ দলটোৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত শুকুৰবাৰে এখন সংবাদমেল সম্বোধন কৰি দাসে কয় যে শাসকীয় দলটোৰ একাংশ দুৰ্বৃত্তই সমগ্ৰ টিটিএএডিচি অঞ্চলত উত্তেজনা সৃষ্টি কৰি এক বিষাক্ত পৰিৱেশৰ সূচনা কৰিছে ৷

উল্লেখযোগ্য যে, ঘটনাবোৰৰ ভিতৰত মোহনপুৰ এছডিএম কাৰ্যালয়ত দুৰ্বৃত্তই আক্ৰমণ কৰিছিল ৷ য'ত প্ৰদ্যুত কিশোৰ দেৱবৰ্মন উপস্থিত আছিল । চিপিআইএমে এনে আক্ৰমণক গৰিহণা দিয়াৰ লগতে প্ৰশাসন আৰু আৰক্ষীক নিৰ্বাচন প্ৰক্ৰিয়া বিকৃত কৰিবলৈ চেষ্টা কৰাসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল'বলৈ আহ্বান জনায় ৷ বিৰোধী দলবোৰৰ গণনাকাৰী এজেণ্টসকলক গণনা গৃহৰ পৰা বলপূৰ্বকভাৱে আঁতৰাই নিয়া হোৱাৰ আশংকাতো ভূগিছিল তেওঁ ৷ হিংসাৰ ব্লুপ্ৰিণ্টৰ সৈতে শাসকীয় দল সাজু হৈ আছে বুলি লগতে তেওঁ উল্লেখ কৰে ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ ঘটনাৰ ভালেমান খবৰ পোৱা গৈছে বুলি ৰাজ্যিক সম্পাদক গৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক : নিৰ্বাচনৰ পাচতে কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু কংগ্ৰেছ প্ৰাৰ্থীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.