ETV Bharat / bharat

COVID Vaccination Amrit Mahotsava: ত্ৰিপুৰাত ক’ভিড ভেকছিনৰ বুষ্টাৰ প্ৰদানৰ বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী - COVID Vaccination Amrit Mahotsava in India

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া প্ৰচেষ্টাৰে ক'ভিড পৰিস্থিতি মোকাবিলা কৰাৰ আশ্বাস ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহাৰ । আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) উপলক্ষে শুকুৰবাৰৰ পৰা বিনামূলীয়া ক’ভিড ভেকছিনৰ বুষ্টাৰ পালি প্ৰদান কৰাৰ বাবে সমগ্ৰ দেশৰ লগতে ত্ৰিপুৰাতো আৰম্ভ কৰা ক’ভিড ভেকছিন কেন্দ্ৰত এই বিশেষ অভিযানৰ আৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(COVID Vaccination Amrit Mahotsava) ।

covid vaccination amrit mahotsava in tripura
Manik Saha inaugurated Covid Vaccine Center: ত্ৰিপুৰাত বিনামূলীয়া কোভিড ভেকছিনৰ বুষ্টাৰ প্ৰদানৰ বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী মানিক সাহা
author img

By

Published : Jul 16, 2022, 1:50 PM IST

আগৰতলা,১৬ জুলাই: শুকুৰবাৰৰ পৰা দেশজুৰি আৰম্ভ হৈছে বিনামূলীয়া ক’ভিড ভেকছিনৰ বুষ্টাৰ পালি প্ৰদান কৰাৰ এক বিশেষ অভিযান(COVID Vaccination Amrit Mahotsava in India) । আজাদী কা অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) উপলক্ষে আৰম্ভ হোৱা এই অভিযান আৰম্ভ হয় ত্ৰিপুৰাতো । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ড০ মানিক সাহাই IGM চিকিৎসালয়ৰ ক’ভিড ভেকছিন কেন্দ্ৰত এই বিশেষ অভিযানৰ উদ্বোধন কৰে(COVID Vaccination Amrit Mahotsava) ।

এই বিশেষ কাৰ্যসূচী উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কৰে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংকল্পক সৰোগত কৰি স্বাধীনতা দিৱসৰ ৭৫ তম বাৰ্ষিকীৰ অংশ হিচাপে শুকুৰবাৰৰ পৰা সমগ্ৰ দেশৰ লগতে ত্ৰিপুৰাতো ক’ভিড ভেকছিনৰ বুষ্টাৰ পালি প্ৰদানৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে । ৰাজ্যখনৰ সকলো চৰকাৰী টীকাকৰণ কেন্দ্ৰত একেলগে আৰম্ভ কৰা হৈছে এই অভিযান ।

এই অভিযানৰ অংশ হিচাপে, ১৮ বছৰৰ অধিক বয়সৰ সকলোৱে এই বিনামূলীয়া বুষ্টাৰ পালি প্ৰাপ্ত কৰিব । এই বিশেষ অভিযান পৰৱৰ্তী ৭৫ দিনলৈ অব্যাহত থাকিব বুলি উল্লখ কৰি প্ৰধানমন্ত্ৰীৰ এই পদক্ষেপ দেশৰ জনসাধাৰণৰ বাবে সঁচাকৈয়ে অতুলনীয় বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰীক প্ৰশংসাৰে ওপচাই তোলে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ জনসাধাৰণৰ হৈ প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে । তাৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত ক'ভিদ পৰিস্থিতিক লৈ ৰাজ্যবাসী বিশেষ চিন্তিত হোৱাৰ কাৰণ নাই বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক: Justice UU Lalit on hearing: যদি শিশুহঁতে পুৱা ৭ বজাতে স্কুললৈ যায় তেন্তে ন্যায়ালয়েও গোচৰৰ শুনানি ৯ বজাতে আৰম্ভ কৰিব পাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.