ETV Bharat / bharat

মিজোৰামত পুনৰ কোভিড-19 ত আক্ৰান্ত এজন - আৰ.এ.জি.টি.

মিজোৰামত পুনৰ কোভিড 19 ত আক্ৰান্ত 1জন ৷ দেওবাৰে 422 টা নমুনা আৰ.এ.জি.টি. পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰে 1 টা নমুনা কোভিড-19 পজিটিভ পোৱা গৈছে ৷

covid possitive in mizoram
মিজোৰামত পুনৰ 1জন কোভিড-19 ত আক্ৰান্ত
author img

By

Published : Apr 5, 2021, 9:27 PM IST

মিজোৰাম, 5 এপ্ৰিল: মিজোৰামত পুনৰ কোভিড-19 ত আক্ৰান্ত 1জন লোক ৷ দেওবাৰে 422 টা নমুনা আৰ এ জি টি পৰীক্ষা কৰা হৈছিল ৷ ইয়াৰে 1 টা নমুনাত কোভিড-19 পজিটিভ পোৱা গৈছে ৷ আনহাতে ট্ৰু এন এটি পৰীক্ষাগাৰতো 4 টা নমুনা সংগ্ৰহ কৰা হৈছিল ইয়াৰে আটাইকেইটা নিগেটিভ পোৱা গৈছে ৷ আক্ৰান্ত ৰোগী গৰাকী 42 বছৰীয়া মহিলা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, 4 এপ্ৰিলত সংগ্ৰহ কৰা 426 টা নমুনাৰ 0.23 শতাংশ পজিটিভ, 98.95 শতাংশ আৰোগ্য আৰু 5 জন ব্যক্তিক 5 এপ্ৰিল, 2021 তাৰিখে বিএছইউপি কোভিড কেয়াৰ চেণ্টাৰৰ পৰা অব্যাহতি দিয়া হৈছে ৷ মিজোৰামত বৰ্তমানলে মুঠ 4491 গৰাকী লোক কোভিড-19 আক্ৰান্ত হৈছে, ইয়াৰে 4444 জন আৰোগ্য আৰু অব্যাহতি প্ৰদান কৰা হৈছে আৰু 11 জন লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক : আইআইটি গুৱাহাটীত ছাত্ৰী নিৰ্যাতন: শুদ্ধ তথ্যৰ ভিত্তিত বাতৰি পৰিৱেশন কৰাৰ আহ্বান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.