ETV Bharat / bharat

ভাৰতত এদিনতে ৩.২৬ লাখ লোক কৰ'ণাত আক্ৰান্ত

author img

By

Published : May 15, 2021, 12:07 PM IST

যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৩,২৬,০৯৮ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । আনহাতে, মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ৩,৮৯০ জন ৰোগীয়ে ।

India Covid record
ভাৰতত এদিনতে ৩.২৬ লাখ জন কৰ'ণাত আক্ৰান্ত

নেশ্যনেল ডেস্ক,১৫ মে': কালৰূপী কৰ'ণাৰ সংহাৰ অব্যাহত আছে ভাৰতত । নিতৌ লাখ লাখ লোক মহামাৰীৰ গ্ৰাসত পৰিছে । ফলত ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে বিভীষিকাৰ সৃষ্টি কৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ৩,২৬,০৯৮ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে । আনহাতে, মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে ৩,৮৯০ জন ৰোগীয়ে । ইয়াৰ বিপৰীতে ৩,৫৩,২৯৯ জন লোক সুস্থ হৈ উঠিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, বৰ্তমানলৈকে ভাৰতত ২,৪৩,৭২,৯০৭ গৰাকী লোক ক'ভিড-১৯ ত আক্ৰান্ত হৈছে আৰু বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৩৬,৭৩,৮০২ জন । আনহাতে, এতিয়ালৈকে ২,০৪,৩২,৮৯৮ জন আৰোগ্য হৈ উঠিছে । ইফালে, মহামাৰীৰ কবলত পৰি ভাৰতত বৰ্তমানলৈকে ২,৬৬,২০৭ জনে প্ৰাণ হেৰুৱাইছে ।

লগতে পঢ়ক: মুম্বাইৰ ধৰ্মীয় অনুষ্ঠানসমূহ ক'ভিড কেন্দ্ৰলৈ ৰূপান্তৰিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.