ETV Bharat / bharat

দেশত নতুনকৈ ৩,৯২,৪৮৮ জন কৰ'ণাত আক্ৰান্ত

author img

By

Published : May 2, 2021, 12:41 PM IST

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত ৩,৯২,৪৮৮ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰে । লগতে ৩,৬৮৯ জন লোকে প্ৰাণ হেৰুৱায় ।

Covid
কৰ'ণা

নেশ্যনেল ডেস্ক, ২ মে': দেশত দ্ৰুত গতিত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে । দৈলিক লাখ লাখ লোক মহামাৰী কৰ'ণাত আক্ৰান্ত হৈছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত ৩,৯২,৪৮৮ জন লোক নতুনকৈ মহামাৰীৰ কবলত পৰে । লগতে ৩,৬৮৯ জন লোকে প্ৰাণ হেৰুৱায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, যোৱা ২৪ ঘণ্টাত ৩,০৭,৮৬৫ জনে মহামাৰীৰ পৰা আৰোগ্য লাভ কৰে । দেশত এই পৰ্যন্তলৈ ১,৯৫,৫৭,৪৫৭ জন মহামাৰী কৰ'ণাত আক্ৰান্ত হয় । ইফালে, এই মূহূৰ্তলৈ দেশত ২,১৫,৫৪২ জন লোকে প্ৰাণ হেৰুৱায় । বিপৰীতে ১,৫৯,৯২,২৭১ জন লোকে আৰোগ্য লাভ কৰে । বৰ্তমানলৈ দেশত ৩৩,৪৯,৬৪৪ টা ঘটনা সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক: কৰ’ণা মহামাৰী সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.