ETV Bharat / bharat

ভাৰতত COVID-1৯ত আক্ৰান্তৰ সংখ্যা ৯৩,৯২,৯১৯ জনলৈ বৃদ্ধি - ২৮ নৱেম্বৰত

দেওবাৰে ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্যা ৯৩,৯২,৯১৯ জনলৈ বৃদ্ধি । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে, ২৮ নৱেম্বৰত ১২,৮৩,৪৪৯টা নমুনা পৰীক্ষা কৰা হৈছে ।

ভাৰতত COVID-1৯ত আক্ৰান্তৰ সংখ্যা ৯৩,৯২,৯১৯ জনলৈ বৃদ্ধি

author img

By

Published : Nov 29, 2020, 5:39 PM IST

নেশ্যনেল ডেস্ক, ২৯ নৱেম্বৰ: দেশত দ্ৰুত গতিত বাঢ়িছে COVID-1৯ত আক্ৰান্তৰ সংখ্যা । দেওবাৰে আক্ৰান্তৰ সংখ্যা ৯৩,৯২,৯১৯ জনলৈ বৃদ্ধি পায় । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে দেওবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে ভাৰতত ৮৮ লাখ লোক আৰোগ্য হৈছে আৰু ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হৈছেগৈ ৯৩.৭১ শতাংশ ।

ভাৰতত COVID-1৯ত আক্ৰান্তৰ সংখ্যা ৯৩,৯২,৯১৯ জনলৈ বৃদ্ধি
ভাৰতত COVID-1৯ত আক্ৰান্তৰ সংখ্যা ৯৩,৯২,৯১৯ জনলৈ বৃদ্ধি

মাত্ৰ এটা দিনত নতুনকৈ আক্ৰান্ত হোৱা ৪১,৮১০ জন ৰোগীসহ দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৯৩,৯২,৯১৯ জনলৈ বৃদ্ধি হৈছে । আনহাতে, নতুনকৈ মৃত্যু হোৱা ৪৯৬ জন লোকসহ ১,৩৬,৬৯৬ জনে মহামাৰীৰে যুঁজি প্ৰাণ হেৰুৱাইছে । দেওবাৰে পুৱা ৮ বজাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্যা প্ৰকাশ কৰে । এতিয়ালৈকে ৮৮,০২,২৬৭ জন লোক সুস্থ হৈ উঠিছে । মহামাৰীত আক্ৰান্তৰ মৃত্যুৰ হাৰ ১.৪৬ শতাংশ হৈছেগৈ ।

ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চৰ মতে, বৰ্তমানলৈকে ১৩.৯৫ কোটিৰো অধিক নমুনা পৰীক্ষা কৰা হৈছে । যোৱা ২৮ নৱেম্বৰৰ দিনটোত ১২,৮৩,৪৪৯ জনৰ নমুনা পৰীক্ষা কৰা হৈছে বুলি প্ৰকাশ কৰিছে আই চি এম আৰে ।

লগতে পঢ়ক:প্ৰধানমন্ত্ৰীৰ ভাৰত বায়’টেক ভ্ৰমণে বিশেষজ্ঞক প্ৰেৰণা যোগাব : চন্দ্ৰবাবু নাইডু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.