ETV Bharat / bharat

৩৫০ কোটিৰ ড্ৰাগছসহ পাকিস্তানী নাও আটক - Rs 350 crores heroin seized from Pakistani boat

আইচিজি বিষয়াসকলে (ICG officials) জানিবলৈ দিয়া মতে, নাওখন অধিক অনুসন্ধানৰ বাবে জাখৌলৈ অনা হৈছে । এটিএছৰ সহযোগত আইচিজিৰ দ্বাৰা যোৱা এবছৰত এইটো এনেধৰণৰ ষষ্ঠ অভিযান । আনহাতে, এই ঘটনাটো এমাহতকৈও কম সময়ৰ ভিতৰত দ্বিতীয় (Rs 350 crores heroin seized from Pakistani boat) ।

pakistan
pakistan
author img

By

Published : Oct 8, 2022, 10:15 AM IST

নিউজ ডেস্ক, ৮ অক্টোবৰ : ভাৰতীয় উপকূলৰক্ষী বাহিনী (Indian Coast Guard) আৰু গুজৰাট এটিএছৰ (Gujarat ATS) এক যুটীয়া অভিযানত বৃহৎ সফলতা । দুয়োটা বাহিনীৰ যুটীয়া অভিযানত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ । লগতে আটক পাকিস্তানী জাহাজ ।

আন্তৰ্জাতিক সামুদ্ৰিক সীমা ৰেখাৰ (International Maritime Boundary Line) ওচৰত শনিবাৰে পুৱতি নিশা ছয়জন ক্ৰু মেম্বাৰ আৰু ৩৫০ কোটি টকাৰ ৫০ কিলোগ্ৰাম হেৰ'ইনৰ (Rs 350 crores heroin seized from Pakistani boat) সৈতে আল চাকাৰ নামৰ এখন পাকিস্তানী নাও আটক কৰা বুলি জানিবলৈ দিছে আইচিজি বিষয়াসকলে (ICG officials) ।

লগতে এইটোও কোৱা হৈছে যে নাওখন অধিক অনুসন্ধানৰ বাবে জাখৌলৈ অনা হৈছে । এটিএছৰ সহযোগত আইচিজিৰ দ্বাৰা যোৱা এবছৰত এইটো এনেধৰণৰ ষষ্ঠ অভিযান ।

আনহাতে, এই ঘটনাটো এমাহতকৈও কম সময়ৰ ভিতৰত দ্বিতীয় । ইয়াৰ পূৰ্বে ১৪ ছেপ্টেম্বৰত পাকিস্তানৰ এখন নাৱৰ পৰা প্ৰায় ২০০ কোটি টকাৰ ৪০ কিলোগ্ৰাম হেৰ'ইন জব্দ কৰা হৈছিল বুলি আইজিচি বিষয়াসকলে কয় । অধিক বিৱৰণৰ বাবে অপেক্ষা কৰা হৈছে ।

লগতে পঢ়ক :নাছিকত যাত্ৰীবাহী বাছত অগ্নিকাণ্ড: জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু 14 গৰাকীকৈ যাত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.