ETV Bharat / bharat

দেশৰ 5 ৰাজ্যলৈ সতৰ্কবাণী; ক্ৰমাৎ বৃদ্ধি কৰ’ণা ৰোগীৰ সংখ্যা - কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়

দেশৰ 5 ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ (5 states witnessing rise in Covid cases) ৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে উল্লেখ কৰা অনুসৰি, তামিলনাডু, কেৰালা, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণা ৰোগীৰ সংখ্যা ৷

Centre asks 5 states to monitor clusters of COVID19 cases
দেশৰ 5 ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ
author img

By

Published : Jun 4, 2022, 9:56 AM IST

নেশ্যনেল ডেস্ক, 4 জুন : পুনৰ দেশত বৃদ্ধি পাইছে কৰ’ণা মহামাৰীৰ সংক্ৰমণ (Covid cases Increase in India) ৷ কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে (Union Health Secretary Rajesh Bhushan) উল্লেখ কৰে অনুসৰি, দেশৰ 5 ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাৰ ৰোগীৰ সংখ্যা ৷ পাঁচৰাজ্য ক্ৰমে তামিলনাডু, কেৰালা, তেলেংগানা, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ এই পৰিস্থিতি ক্ৰমে বেয়াৰ ফাললৈ ঢাল খোৱা পৰিলক্ষিত হৈছে (5 states witnessing rise in Covid cases) ৷

যাক লৈ এতিয়া শংকিত হৈ পৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয় ৷ সেয়ে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে সকলো দেশবাসীক সতৰ্ক হৈ থকাৰ লগতে ক’ভিড-19 সংক্ৰান্তীয় সকলো নীতি-নিয়ম মানি চলিবলৈ আহ্বান জনায় (New COVID 19 cases in India) ৷

Centre asks 5 states to monitor clusters of COVID19 cases
দেশৰ 5 ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে কৰ’ণাৰ সংক্ৰমণ

তেওঁ লগতে কয় যে, সমগ্ৰ দেশজুৰি 27 মে’লৈকে কৰ’ণাৰ 15,708 টা সক্ৰিয় ঘটনা পোহৰলৈ আহিছে ৷ আনহাতে, 3 জুনলৈকে দেশত মুঠ 21,055 টা ক’ভিডৰ ঘটনা পোহৰলৈ আহিছে ৷ ক’ভিড সংক্ৰমণৰ সাপ্তাহিক হাৰ 0.52 % ৰ পৰা 0.73 % বৃদ্ধি পাইছে বুলি জানিবলৈ দিয়ে কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে ৷

লগতে পঢ়ক : ২০২৪ত মুকলি হ'ব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বিজ্ঞান নগৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.