ETV Bharat / bharat

পাঁচ লাখ টকা উৎকোচ লৈ CBI ৰ জালত দক্ষিণ মধ্য ৰেলৱেৰ এজন মুখ্য অভিযন্তা - CBI arrests railway chief engineer for allegedly taking a bribe of 5 lakh

পাঁচলাখ টকা উৎকোচ লৈ CBI ৰ জালত পৰিল দক্ষিণ মধ্য ৰেলৱেৰ এজন মুখ্য অভিযন্তা(CBI arrests railway chief engineer for allegedly taking a bribe of 5 lakh) । আৱন্তিত ধন বৃদ্ধি কৰাৰ আশ্বাস দি উৎকোচ গ্ৰহণ কৰাৰ সময়তে হাতে লোতে গ্ৰেপ্তাৰ কৰা হয় অভিযন্ত্ৰাগৰাকীক(Engineer arrested red hand while accepting bribe) । ছেকেন্দ্ৰাবাদত উৎকোচ লোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা অভিযন্ত্ৰাগৰাকীক আদালতলৈ প্ৰেৰণৰ চলাইছে যো জা ।

cbi arrests a chief engineer of south central railway
পাঁচ লাখ টকাৰ উৎকোচ লৈ CBI ৰ জালত দক্ষিণ মধ্য ৰেলৱেৰ এজন মুখ্য অভিযন্তা
author img

By

Published : Jun 30, 2022, 4:12 PM IST

নেশ্যনেল ডেস্ক,৩০ জুন: CBI য়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে এজন ৰে'লৱেৰ অভিযন্ত্ৰাক । ৫ লাখ টকাৰ উৎকোচ দাবী তথা গ্ৰহণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে অভিযন্ত্ৰাগৰাকীক(CBI arrests railway chief engineer for allegedly taking a bribe of 5 lakh) । এগৰাকী ঠিকাদাৰে অভিযন্ত্ৰাগৰাকীৰ বিৰুদ্ধে উত্থাপন কৰিছিল অভিযোগ ।

জানিব পৰা মতে উপ্পল-জমিকুণ্টা ৰে'ল ষ্টেচনৰ মাজত চলি থকা ROB নিৰ্মাণকাৰ্যৰে জড়িত হৈ আছিল অভিযন্ত্ৰাগৰাকী । অভিযন্ত্ৰাগৰাকীয়ে উক্ত নিৰ্মাণকাৰ্যত আৱন্টিত ধন বৃদ্ধি কৰাৰ আশ্বাসৰে দাবী কৰিছিল ৫ লাখ টকা । কিন্তু ৰে'ল নিৰ্মাণ নিলয়মৰ দক্ষিণ মধ্য ৰে'লৱেৰ মুখ্য অভিযন্তাগৰাকীৰ বিৰুদ্ধে এই সন্দৰ্ভত ৰুজু কৰা হৈছিল এক গোচৰ । যাৰ পৰিপ্ৰেক্ষিতত দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ জাল মেলিছিল CBIয়ে ।

অৱশেষত CBI য়ে উৎকোচ লোৱাৰ সময়তে অভিযুক্ত অভিযন্তাগৰাকীক হাতেলোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Engineer arrested red hand while accepting bribe) । অভিযুক্ত অভিযন্ত্ৰাগৰাকীক হায়দৰাবাদ আদালতত হাজিৰ কৰোৱা হ'ব বুলি CBI য়ে এক বিজ্ঞপ্তি যোগে প্ৰকাশ কৰিছে । ধৃত অভিযন্ত্ৰাগৰাকীৰ নাম পি.আৰ. সুৰেশ বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: বান-গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ঘোষণাৰ দাবীত শিৱসাগৰত আছুৰ বিক্ষোভ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.