ETV Bharat / bharat

জম্মুৰ পুঞ্চ জিলাত পথ দুৰ্ঘটনাত নিহত 11 জন

author img

By

Published : Sep 14, 2022, 10:42 AM IST

Updated : Sep 14, 2022, 12:47 PM IST

জম্মু কাশ্মীৰৰ পুঞ্চত ভয়াৱহ পথ দুৰ্ঘটনা নিহত 11 জন ৷ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু জম্মু-কাশ্মীৰৰ ৰাজ্যপাল লেফটেনেণ্ট মনোজ সিনহাৰ ৷ দুৰ্ঘটনাটোত নিহতৰ নিকটাত্মীয় 5 লাখ টকা আৰু আহত লোকসকলক 1 লাখ টকা সাহায্য প্ৰদানৰ আশ্বাস ৰাজ্যপালৰ ।

Road Accident in Poonch 9 killed
জম্মুত পথ দুৰ্ঘটনাটো নিহত ৯ জন

নিউজ ডেস্ক, 14 ছেপ্টেম্বৰ: জম্মু-কাশ্মীৰৰ পুঞ্চত পথ দুৰ্ঘটনাত নিহত লোকৰ সংখ্যা 11 জনলৈ বৃদ্ধি পাইছে (Road Accident in Poonch 11 killed) ৷ আনহাতে এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে 26 জনকৈ লোক ৷ পুঞ্চৰ চাওজিয়ান অঞ্চলত পুৱা সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ চাওজিয়ানৰ পৰা মাণ্ডিলৈ যোৱা এখন এখন মিনি বাছ দ খাৱৈত বাগৰি পৰে ৷

জম্মুৰ পুঞ্চ জিলাত পথ দুৰ্ঘটনাত নিহত 11 জন

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ তথ্য লাভ কৰাৰ পাছতে ঘটনাস্থলীত সেনাৰ দল উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷ আহত লোকসকলক ততাতৈয়াকৈ মাণ্ডিৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ পুঞ্চত পথ দুৰ্ঘটনাক লৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গভীৰ শোক প্ৰকাশ কৰে ৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিহত লোকসকলৰ শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি সমবেদনা জনোৱাৰ লগতে আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে ।

  • The loss of lives in a tragic road accident in Sawjian, Poonch is deeply distressing. My thoughts and prayers are with the bereaved families. I wish speedy recovery of the injured.

    — President of India (@rashtrapatibhvn) September 14, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে জম্মু-কাশ্মীৰৰ ৰাজ্যপাল লেফটেনেণ্ট মনোজ সিনহাইও এই ঘটনাত শোক প্ৰকাশ কৰে ৷ তেওঁ দুৰ্ঘটনাটোত নিহতসকলৰ নিকটাত্মীয় 5 লাখ টকা আৰু আহত লোকসকলক 1 লাখ টকা সাহায্য প্ৰদানৰ আশ্বাস দিয়ে ।

লগতে পঢ়ক: গোৱাত গেৰুৱা বসন পিন্ধিব 8 কংগ্ৰেছ বিধায়কে

Last Updated : Sep 14, 2022, 12:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.