ETV Bharat / bharat

বিজেপি সৃষ্ট দুখন ভাৰতৰ এখন ধনী আৰু আনখন দুখীয়াৰ বাবে: ৰাহুল গান্ধী - দুখন ভাৰতৰ এখন ধনী আৰু আনখন দুখীয়াৰ বাবে

দেশত ধনী আৰু দুখীয়াৰ মাজত বৃদ্ধি পোৱা ব্যৱধানক লৈ মোদী চৰকাৰক কঠোৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (Rahul gandhi criticized Modi government)।

BJP has created two Indias, one for rich, one for poor: Rahul
ধনী-দুখীয়াৰ ক্ষেত্ৰত পাৰ্থক্য কৰাক লৈ মোদীক সমালোচনা ৰাহুল গান্ধীৰ
author img

By

Published : Jul 1, 2022, 1:51 PM IST

নেশ্যনেল ডেস্ক, 1 জুন: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ (Congress president Rahul Gandhi) অভিযোগ, বিজেপি চৰকাৰে দুখন ভাৰতৰ সৃষ্টি কৰিছে, এখন ধনীৰ বাবে আৰু আনখন দুখীয়াৰ বাবে (BJP has created two Indias, one for rich, one for poor) ৷ যদিও আদানী গোটে কোনো কৰ নোহোৱাকৈ অম্বুজা চিমেণ্ট আৰু এচিচিত ৬.৩৮ বিলিয়ন মাৰ্কিন ডলাৰৰ হোলচিমৰ অংশীদাৰিত্ব অধিগ্ৰহণ কৰিব, সংবাদ মাধ্যমৰ বাতৰিৰ উদ্ধৃতি দি ৰাহুল গান্ধীয়ে নিজৰ টুইটত বিজেপিক আঙুলিয়াই দিছে যে লাখ লাখ দৰিদ্ৰ শিশুক এতিয়াও পুষ্টিকৰ খাদ্যৰ অধিকাৰ লাভ কৰিবলৈ আধাৰ আইডিৰ প্ৰয়োজন হ’ব ।

শুকুৰবাৰে টুইটাৰ যোগে গান্ধীয়ে কয় (Gandhi said on Twitter),"দুই ভাৰত: ধনী 'মিট্ৰন'য়ে কৰ ৰেহাই আৰু ঋণ ৰেহাইৰ জৰিয়তে হাজাৰ হাজাৰ কোটি টকা খুৱাইছিল । দৰিদ্ৰ শিশুসকলক অংগনৱাড়ীত পুষ্টিকৰ আহাৰ পাবলৈ আধাৰৰ প্ৰয়োজন,"।

  • Two Indias:

    Rich ‘mitron’ spoon-fed thousands of crores through tax exemptions & loan waivers.

    Poor children need Aadhaar to get nutritious meals at Anganwadis. pic.twitter.com/SMzd3ETqbM

    — Rahul Gandhi (@RahulGandhi) July 1, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে, দেশত ধনী আৰু দুখীয়াৰ মাজত বৃদ্ধি পোৱা ব্যৱধানক লৈ কংগ্ৰেছে মোদী চৰকাৰক কঠোৰ সমালোচনা কৰি আহিছে (Congress criticized Modi government)।

লগতে পঢ়ক: দুৰ্ঘটনাত পতিত অমৰনাথ যাত্ৰীৰ বাহন; কথমপি প্ৰাণ ৰক্ষা চাৰি তীৰ্থযাত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.