ETV Bharat / bharat

আজি মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত বহিব চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং

author img

By

Published : Oct 11, 2019, 1:24 PM IST

ভাৰত ভ্ৰমণলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব চীনৰ ৰাষ্ট্ৰপতিগৰাকী ৷

Xi Jinping Visit india for second informal meet today

নিউজ ডেস্ক, 11 অক্টোবৰঃ দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে আজি ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং ৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব চীনৰ ৰাষ্ট্ৰপতিগৰাকী ৷ শুকুৰবাৰে দুপৰীয়া চেন্নাইত উপস্থিত হ’ব ৰাষ্ট্ৰপতিগৰাকী ৷ তাৰ পাচতেই তামলিনাডুৰ মামল্লাপুৰমত মোডীৰ সৈতে দ্বিতীয়খন অনানুষ্ঠানিক বৈঠকত মিলিত হ’ব ঝি জিনপিং ৷ দুয়োখন দেশৰ মাজত হোৱা এই বৈঠকত বিভিন্ন নীতিৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷

Xi Jinping Visit india for second informal meet
চেন্নাইত উপস্থিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

শুকুৰবাৰৰ লগতে শনিবাৰেও প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত হ’ব চীনৰ ৰাষ্ট্ৰপতিগৰাকী ৷ য’ত জম্মু-কাশ্মীৰৰ পৰা 370 প্ৰত্যাহাৰৰ ফলত দুয়োখন দেশৰ মাজত চলি থকা উত্তেজনাৰ ওপৰতো চৰ্চা হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছে ৷ দ্বিতীয় অনানুষ্ঠানিক বৈঠকত মিলিত হোৱাৰ বাবে ইতিমধ্যে চেন্নাইত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.