ETV Bharat / bharat

কোভিড-১৯ ৰ সমান্তৰাল ভাৱে চিকিৎসালয়ত ৰক্তৰ নাটনি

প্ৰতিবছৰে বিশুদ্ধ ৰক্ত সংগ্ৰহ কৰাৰ লক্ষ্যৰে ১৪ জুন তাৰিখে সমগ্ৰ বিশ্বত বিশ্ব ৰক্ত দিৱস হিচাপে উদযাপন কৰা হয় । নোবেল পুৰস্কাৰ প্ৰাপ্ত ব্লাড গ্ৰুপৰ ষ্টিমেৰৰ জন্মদাতা কাৰ্ল ল্যাডষ্টেইনেৰ জন্মদিনৰ দিনা বিশ্ব ৰক্ত দিৱস পালন কৰা হয় ।

author img

By

Published : Jun 14, 2020, 5:18 PM IST

world-blood-donor-day-time-to-commit-to-new-blood-relations-amid-covid-19-crisis

নিউজ ডেস্ক, ১৪ জুন : কোভিড-১৯ য়ে সমগ্ৰ বিশ্বত সন্ত্ৰাস চলাই থকাৰ সময়তে বৰ্তমানে দেশৰ চিকিৎসালয় সমূহত ৰোগীৰ বাবে ৰক্তৰ অভাৱে দেখা দিছে । প্ৰতিবছৰে বিশুদ্ধ ৰক্ত সংগ্ৰহ কৰাৰ লক্ষ্যৰে ১৪ জুন তাৰিখে সমগ্ৰ বিশ্বত বিশ্ব ৰক্ত দিৱস হিচাপে উদযাপন কৰা হয় । নোবেল পুৰস্কাৰ প্ৰাপ্ত ব্লাড গ্ৰুপৰ ষ্টিমেৰৰ জন্মদাতা কাৰ্ল ল্যাডষ্টেইনেৰ জন্মদিনৰ দিনা বিশ্ব ৰক্ত দিৱস পালন কৰা হয় ।

ৰক্ত দিৱসৰ দিনা কেন্দ্ৰীয় স্বাস্থমন্ত্ৰী হৰ্ষ বৰ্ধনে দেশৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানক ৰক্ত দান কৰিবলৈ আহ্বান জনাইছে ।

তথ্য অনুসৰি, ভাৰতত ৰক্তৰ প্ৰয়োজন সৰ্বাধিক । ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য মিলি বছৰত ৪১ মিলিয়ন ৰক্তহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।

আই চি এম আৰৰ এক তথ্য অনুসৰি, ভাৰতৰ ৰোগী সকলৰ বাবে বছৰত বৃহৎ পৰিমানৰ ৰক্তৰ প্ৰয়োজন । কিন্তু সম্পূৰ্ণ ৰক্ত যোগান ধৰিবলৈ ভাৰত বৰ্তমানেও সক্ষম হোৱা নাই ।

লগতে পঢ়ক : ইৰাকত মাৰ্কিন সামৰিক ঘাটিত আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.