ETV Bharat / bharat

গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰথমবাৰৰ বাবে দেখা যাব মহিলা বাইকাৰ্ছ দল - মহিলা বাইকাৰ্ছ দল

গণতন্ত্ৰ দিৱসৰ পেৰেডত পোনপ্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ মহিলা বাইকাৰ্ছ দলে ৷ মহিলা বাইকাৰ্ছৰ দলে দিল্লীৰ জনপথত এয়াৰোৱিক ফ্ৰিল্ছৰ কলা প্ৰদৰ্শন কৰিব ৷

Women bikers of CRPF to be part of RD Parade 2020
গণতন্ত্ৰ দিৱসৰ পেৰেডত প্ৰথমবাৰৰ বাবে দেখা যাব মহিলা বাইকাৰ্ছ দল
author img

By

Published : Jan 21, 2020, 11:52 PM IST

নেশ্যনেল ডেস্ক, 21 জানুৱাৰীঃ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ মহিলা বাইকাৰ্ছ দলে পোনপ্ৰথমবাৰৰ বাবে 26 জানুৱাৰীৰ গণতন্ত্ৰ দিৱসৰ পেৰেডত অংশগ্ৰহণ কৰিব ৷

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে উল্লেখ কৰে যে মহিলা বাইকাৰ্ছৰ দলে দিল্লীৰ জনপথত এয়াৰোৱিক ফ্ৰিল্ছৰ কলা প্ৰদৰ্শন কৰিব ৷ উল্লেখ্য যে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ‘ডেয়াৰ ডেভিল্ছ’ গ্ৰুপৰ সৈতে মহিলা বাইকাৰ্ছৰ দলে 2014 চনত বীৰতা আৰু জীৱন্ততাৰ কৌশলৰ বাবে প্ৰদৰ্শন কৰিছিল ৷

আনহাতে 65 জনীয়া সদস্যৰে গঠিত এই দলত সাহসী মহিলা বীৰাংগনাই নিজৰ বিভিন্ন কলা-কৌশলৰ অনুশীলন চলাই আছে ৷ উল্লেখ্য যে এই মহিলা দলটোৱে গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰিছিল ৷

গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীৰ ৰাজপথত সেনা বাহিনীৰ বাইকাৰ্ছে সুন্দৰ কলা-কৌশল প্ৰদৰ্শন কৰিব ৷ ইয়াত পিষ্টলৰ স্থিতিও অন্তৰ্ভুক্ত আছে ৷ কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে উল্লেখ কৰে যে ৰাইফল পোজিছন, ভীম ৰোল, লেডাৰ ক্লাইম্বিং, পিৰামিড, অল ৰাউণ্ড ডেকেন আদি অন্তৰ্ভুক্ত আছে ৷

উল্লেখ্য যে এই কলা-কৌশলৰ সেনা বাহিনীৰ জোৱানসকলক দেশৰ বিভিন্ন ঠাইত নিযুক্তি প্ৰদান কৰা হয় ৷ সন্ত্ৰাসবাদী প্ৰভাৱিত কাশ্মীৰ তথা ভাৰতৰ সীমাঅঞ্চলত সেইসমূহ জোৱানক নিযুক্তি দিয়া হয় ৷ বৰ্তমান কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 16 টা মহিলা বিভাগ আছে ৷

আৰু পঢ়কঃপ্ৰদূষণ ৰোধৰ বাবে অন্ধপ্ৰদেশৰ ছাত্ৰৰ বিশেষ প্ৰচেষ্টা

Intro:Body:

Blank

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.