ETV Bharat / bharat

কেৰালাত শোৱনিকোঠাত সোমালহি বন গাহৰি

কেৰালাৰ কোৰাচোণ্ডৰ এটা বাসগৃহত শুকুৰবাৰে পুৱা দুটাকৈ বন গাহৰি সোমাই আহে ৷ পোভাথোম ছোলা পালা পাহাৰত বসবাস কৰা মোহনানৰ বাসগৃহৰ ভিতৰত সোমাই আহে বন গাহৰি দুটা ৷

Wild boars rush inside a house at Kozhikode district
কেৰালাত শোৱনিকোঠাত সোমালহি বন গাহৰি
author img

By

Published : Oct 30, 2020, 4:15 PM IST

নিউজ ডেস্ক, 30 অক্টোবৰ : কেৰালাৰ কোৰাচোণ্ডৰ এটা বাসগৃহত শুকুৰবাৰে পুৱা দুটাকৈ বন গাহৰি সোমাই আহে ৷ পোভাথোম ছোলা পালা পাহাৰত বসবাস কৰা মোহনানৰ বাসগৃহৰ ভিতৰত সোমাই শোৱনিকোঠালৈ প্ৰৱেশ কৰে বন গাহৰি দুটাই ৷

কেৰালাত শোৱনিকোঠাত সোমালহি বন গাহৰি

ঘটনাৰ খবৰ লাভ কৰা মাত্ৰই ঘটনাস্থলীত উপস্থিত হয় পেৰুবান্নামাঝি বন বিভাগ আৰু কোৰাচোণ্ড আৰক্ষীৰ লোক ৷ স্থানীয় লোকে জনোৱা অনুসৰি ডি.এফ.অ' নহালৈকে বন গাহৰিকেইটা মোকলাই নিদিয়ে গৃহস্থই ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ গুজৰাট ভ্ৰমণক লৈ সষ্টম সাগৰীয় আৰক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.