ETV Bharat / bharat

অপৰিশোধিত তেলৰ মূল্য হ্ৰাস পালেও ভাৰতত দ্ৰুত গতিত বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ দাম - অপৰিশোধিত তেলৰ মূল্য হ্ৰাস পালেও ভাৰতত দ্ৰুত গতিত বৃদ্ধি পেট্ৰল-ডিজেলৰ দাম

বিগত দহ দিনত ক্ৰমাগতভাৱে প্ৰতি লিটাৰত 6 টকা বৃদ্ধি হৈছে তেলৰ মূল্য ।

Why petrol prices going up when crude oil cost is going down?
অপৰিশোধিত তেলৰ মূল্য হ্ৰাস পালেও ভাৰতত দ্ৰুত গতিত বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ দাম
author img

By

Published : Jun 20, 2020, 10:45 PM IST

দিল্লী, ২০ জুন : বিগত মাহত আন্তৰাষ্ট্ৰীয় বজাৰত অপৰিশোধিত তেলৰ মূল্য দ্ৰুত গতিত হ্ৰাস পোৱাত ভাৰততো পেট্ৰ'ল-ডিজেলৰ দাম হ্ৰাস পোৱাৰ আশা কৰা হৈছিল । কিন্তু ইয়াৰ বিপৰীতে ভাৰতত বৃদ্ধিহে পাইছে পেট্ৰ'ল-ডিজেলৰ দাম । বিগত দহ দিনত ক্ৰমাগতভাৱে প্ৰতি লিটাৰত 6 টকা বৃদ্ধি হৈছে তেলৰ মূল্য ।

Why petrol prices going up when crude oil cost is going down?
অপৰিশোধিত তেলৰ মূল্য হ্ৰাস পালেও ভাৰতত দ্ৰুত গতিত বৃদ্ধি পেট্ৰল-ডিজেলৰ দাম
Why petrol prices going up when crude oil cost is going down?
অপৰিশোধিত তেলৰ মূল্য হ্ৰাস পালেও ভাৰতত দ্ৰুত গতিত বৃদ্ধি পেট্ৰ'ল-ডিজেলৰ দাম

উচ্চ অপৰিশোধিত তেলৰ দাম তথা টকাৰ নিম্নগামী মূল্যই পেট্ৰল-ডিজেলৰ দাম বৃদ্ধি অন্যতম কাৰণ । উদাহৰণস্বৰূপে দিল্লীত তিনিটা ভিন্ন সময়ত বিভিন্ন বিনিময় হাৰ তথা অপৰিশোধিত তেলৰ দামৰ লগত বাহাল থাকে ভিন্ন পইন্ট । ২০১৩ চনত প্ৰতি বেৰল অপৰিশোধিত তেলৰ দাম (১৫৯ লিটাৰ) আছিল ১১১.৫৯ ডলাৰ ।

তদানীন্তন চলমান টকা-ডলাৰৰ বিনিময় হাৰে ৬৬.৮৯ টকাত প্ৰতি লিটাৰ পেট্ৰ'লৰ ৪.৪.৯৪ দাম হয়গৈ । সেই সময় পেট্ৰ'লৰ বিক্ৰী হৈছিল ৭৬.০৬ টকাত । একেধৰণে ২০১৮ চনত প্রতি লিটাৰত ব্যয়,বিভিন্ন বিনিময় হাৰ তথা অপৰিশোধিত তেলৰ দামৰ ৩৩.৯০ টকা আছিল । য'ত পেট্ৰ'লৰ দাম হৈছিল প্ৰায় ৭৬ টকা ।

লগতে চাওকঃ অনলাইনত প্ৰত্যক্ষ হ'ব ষ্টোনহেঞ্জ সংক্ৰান্তিৰ সূৰ্যোদয়

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.