ETV Bharat / bharat

দেশত ফ্ৰজেন পৰঠাৰ কৰ বৃদ্ধি কৰাক লৈ প্ৰতিক্ৰিয়া

ফ্ৰজেন পৰঠা বিক্ৰীক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া,অধিক মূল্যত বিক্ৰী কৰা হয় ফলত সকলো শ্ৰেণীৰ মানুহে গ্ৰহণ কৰিব নোৱাৰে টকাৰ অভাৱত ইয়াকে লৈ প্ৰতিক্ৰিয়া অব্যাহত ।

দেশত ফ্ৰজেন পৰঠাৰ কৰ বৃদ্ধি কৰাক লৈ প্ৰতিক্ৰিয়া
দেশত ফ্ৰজেন পৰঠাৰ কৰ বৃদ্ধি কৰাক লৈ প্ৰতিক্ৰিয়া
author img

By

Published : Jun 13, 2020, 8:43 PM IST

নিউজ ডেস্ক,১৩ জুনঃ কেন্দ্ৰীয় চৰকাৰে খাদ্য প্ৰস্তুতকৰণ আৰু তাৰ মূল্য নিৰ্ধাৰণৰ বাবে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । ফ্ৰজেন পৰঠা আৰু মালৱাৰ পৰঠা,দক্ষিণ ভাৰতীয় ফ্লেট ব্ৰড,সমান্তৰাল ভাৱে উত্তৰ ভাৰতৰ পৰঠাৰ কৰ ১৮% আৰু সাধাৰণ পৰঠাত ৫ % কৰ হে সংগ্ৰহ কৰিব পাৰিব ।

দেশত ফ্ৰজেন পৰঠাৰ কৰ বৃদ্ধি কৰাক লৈ প্ৰতিক্ৰিয়া
দেশত ফ্ৰজেন পৰঠাৰ কৰ বৃদ্ধি কৰাক লৈ প্ৰতিক্ৰিয়া

ইয়াকে লৈ চ'ছিয়েল মিডিয়াত ১০০০ ৰ অধিক টুইট কৰিছে বিভিন্ন জনে । শেহতীয়াভাৱে কৰ্ণাটকত ৩ৰ পৰা ৭ দিন এই বিষয়টোক লৈ ব্যাপক আলোচনা হোৱা দেখিবলৈ পোৱা গৈছে ১৮% জি এছ টি আৰু সাধাৰণ পৰঠাত ৫% জি এছ টি প্ৰয়োগ কৰাত । ইপিনে ফ্ৰজেন পৰঠা সমূহ পেকেটিং আৰু ব্ৰেণ্ডে়ড হোৱাৰ বাবে অধিক কৰ লোৱা বুলি জানিব পৰা গৈছে ।

আনহাতে ফ্ৰজেন খাদ্যক বিভিন্ন খাদ্যৰ লগত তুলনা কৰি চালে সাধাৰণ ৰুটিত কৈ বহু বেছি মূল্য হোৱা দেখা যায় বুলি অভিয়োগ কৰিছে বহুজনে । সাধাৰণ পৰঠা বহু দৰিদ্ৰ মানুহে গ্ৰহণ কৰে যদি তাৰ মূল্য বৃদ্ধি কৰে সাধাৰণ মানুহবোৰ বিপদত পৰিব বুলি ই টিভি ভাৰতৰ আগত বহু লোকে মন্তব্য কৰে ।

লগতে পঢকঃ COVID-19ত আক্ৰান্ত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ এগৰাকী কাৰাবন্দী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.