ETV Bharat / bharat

উড়িশা আৰক্ষীৰ ওচৰত আত্মসমৰ্পন মাওবাদী নেতা মহাদেৱ মদকামীৰ - ছত্তিছগড়

উড়িশা আৰক্ষীৰ ওচৰত আত্মসমৰ্পন শীৰ্ষ মাওবাদী নেতা ৷ উড়িশাৰ মলকানগিৰিৰ আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমৰ্পন নেতাগৰাকীৰ ৷

Wanted Maoist rebel surrenders in Odisha
উড়িশা আৰক্ষীৰ ওচৰত আত্মসমৰ্পন মাওবাদী নেতা মহাদেৱ মদকামীৰ
author img

By

Published : Aug 23, 2020, 8:12 PM IST

নিউজ ডেস্ক, 23 আগষ্ট : শীৰ্ষ মাওবাদী নেতা মহাদেৱ মদকামী, যিগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিবৰ বাবে উড়িশা চৰকাৰে 2 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল দেওবাৰে উড়িশাৰ মলকানগিৰিৰ আৰক্ষী অধীক্ষকৰ ওচৰত আত্মসমৰ্পন কৰা বুলি জানিব পৰা গৈছে ৷ আৰক্ষী অধীক্ষক হৃষিকেশ খিলেৰীয়ে প্ৰকাশ কৰিছে এই তথ্য ৷

আত্মসমৰ্পন কৰা ব্যক্তিগৰাকীৰ বাবে উড়িশা চৰকাৰে 2 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ৷ বৰ্তমান তেওঁক চৰকাৰৰ কঠোৰ অনুশাসন আৰু নীতি-নিয়মৰ মাজত ৰাখিব বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, আত্মসমৰ্পন কৰা লোকজন ছত্তিছগড় আৰু উড়িশাৰ দৰভা বিভাগৰ সামৰিক প্লাটুনৰ সদস্য আছিল ৷ তেওঁৰ বিৰুদ্ধে মালকানগিৰি জিলাৰ বিভিন্ন আৰক্ষী থানাত বহুকেইটা গোচৰ পঞ্জীভূত হৈছিল ৷ আত্মসমৰ্পন কৰাৰ বাবে মহাদেৱক উৰিষ্যা চৰকাৰে আত্মসমৰ্পন আঁচনি অনুসৰি আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ লগতে মন পচন্দৰ ব্যৱসায়,গৃহ নিৰ্মানৰ বাবে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব ৷

উল্লেখ্য যে, 2015 চনত মহাদেৱ মাওবাদী সংগঠনত যোগদান কৰিছিল ৷ আৰক্ষীৰ তথ্য অনুসৰি, তেওঁ বহুকেইটা হত্যাকাণ্ডৰ লগত জড়িত আছিল ৷ পৰৱৰ্তী সময়ত মহাদেৱক গ্ৰেপ্তাৰ কৰিবৰ বাবে উড়িশা চৰকাৰে 2 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল ৷

লগতে পঢ়ক : হাইলাকান্দিত উপ স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণত অনিয়মৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.