ETV Bharat / bharat

ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে ৰাজনীতিবিদ সকলৰ শুভেচ্ছা

author img

By

Published : Jan 24, 2021, 10:18 PM IST

সমগ্ৰে দেশতে দেওবাৰে উদযাপিত হ'ল ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস ৷ দেশৰ উপ ৰাষ্ট্ৰপতিৰ লগতে বিভিন্ন জনৰ শুভেচ্ছা ৷ ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উপলক্ষে টুইটযোগে নিজৰ মনোভাৱ ব্যক্ত কৰিলে উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডু, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এচ জয় শংকৰ, স্মৃতি ইৰানী, প্ৰহ্লাদ যোশীকে ধৰি বিভিন্ন জনে ৷

Vice President, Ministers extend wishes on National Girl Child Day

নেচনেল ডেস্ক, 24 জানুৱাৰী: সমগ্ৰ ৰাষ্ট্ৰই দেওবাৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস উদযাপন কৰাৰ মাজতে দেশৰ উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডু, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু দেশৰ অন্যান্য শীৰ্ষ নেতা সকলে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে 'দেশৰ কন্যা' (দেশ কী বেটি) ক সবলীকৰণক লৈ বিশেষ মন্তব্য কৰে ৷

টুইটাৰৰ জৰিয়তে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি উপ ৰাষ্ট্ৰপতি এম ভেংকয়া নাইডুৱে অভিভাৱক সকলক তেঁওলোকৰ কন্যা সন্তানক শিক্ষা প্ৰদান কৰাৰ জৰিয়তে সবলীকৰণ কৰি তোলাৰ আহ্বান জনোৱাৰ লগতে এই বুলিও মন্তব্য কৰে যে, মহিলাৰ বিপক্ষে হোৱা যিকোনো ধৰণৰ অপৰাধৰ ক্ষেত্ৰতে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা উচিত ৷ সকলোৰে মানসিকতা সলনি হোৱাৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰি উপ ৰাষ্ট্ৰপতি গৰাকীয়ে টুইটযোগে এই বুলি কয়,"On #NationalGirlChildDay, I call upon all parents to empower girls through education and ensure that there is no gender discrimination. Boys must be made to respect girls from a young age. A change in mindset is the need of the hour; only then will our girls feel safe and empowered,"

  • On #NationalGirlChildDay, I call upon all parents to empower girls through education & ensure that there is no gender discrimination. Boys must be made to respect girls from a young age. A change in mindset is the need of the hour; only then will our girls feel safe & empowered. pic.twitter.com/Tgdi9UrD0R

    — Vice President of India (@VPSecretariat) January 24, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

বিদ্যালয়ত কন্যা শিশুৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি হোৱাৰ লগতে লিংগ অনুপাতৰ ক্ষেত্ৰত তুলনামূলক ভাৱে কিছু ভাল ফলাফল পৰিলক্ষিত হৈছে বুলি উল্লেখ কৰি দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহেও দেশৰ কন্যা শিশুসকলক আত্মনিৰ্ভৰ কৰি তোলা বিষয়টোৰ উপৰত গুৰুত্ব আৰোপ কৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত 'বেটি বচাও, বেটি পঢ়াও' শীৰ্ষক বাক্যশাৰী এক সাৰ্বজনীনভাৱে প্ৰচাৰ হোৱাৰ পাছতে বিদ্যলয়সমূহত কন্যা শিশুৰ নামভৰ্তিৰ সংখ্যা বৃদ্ধি হৈছে বুলি মন্তব্য কৰি টুইটযোগে শ্বাহে এইবুলি কয়, "Upon the call of Prime Minister Narendra Modi Ji, 'Beti Bachao, Beti Padhao' was made a public campaign, which led to an increase in enrollment of girls in schools and unprecedented improvement in the sex ratio. On National Girl Child Day, we reiterate our commitment to make #DeshKiBeti Atmanirbhar,"

  • प्रधानमंत्री @narendramodi जी के आवाहन पर ‘बेटी बचाओ, बेटी पढ़ाओ’ को देश ने जनअभियान बनाया, जिससे विद्यालयों में बेटियों के नामांकन में बढ़ोतरी व लिंगानुपात में अभूतपूर्व सुधार हुआ।

    राष्ट्रीय बालिका दिवस पर हम #DeshKiBeti को आत्मनिर्भर बनाने की अपनी प्रतिबद्धता को दोहराते हैं।

    — Amit Shah (@AmitShah) January 24, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই বিশেষ দিনটোৰ উপলক্ষে দেশবাসীক শুভেচ্ছা জনাই মন্তব্য কৰে যে নতুন ভাৰতবৰ্ষৰ ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত 'বেটি বচাও, বেটি পঢ়াও' অভিযানৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ কন্যা সকলৰ সবলীকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ৷ টুইটযোগে সিঙে এইবুলি মন্তব্য কৰে, "Prime Minister Narendra Modi has taken steps to empower the daughters through Beti Bachao, Beti Padhao campaign and is strengthening the foundation of the new India. Empowerment of daughters is surely paving the way for the empowerment of the country."

  • प्रधानमंत्री @narendramodi जी ने ‘बेटी बचाओ, बेटी पढ़ाओ’ अभियान के माध्यम से बेटियों को ताक़त देने का जो कदम उठाया है, वह नए भारत की बुनियाद को मज़बूत करने का काम कर रहा है। बेटियों के सशक्तिकरण से देश के सशक्तिकरण का मार्ग प्रशस्त हो रहा है।

    — Rajnath Singh (@rajnathsingh) January 24, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

এই সকলৰ শীৰ্ষ নেতাৰ লগতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এচ জয় শংকৰ, স্মৃতি ইৰানী, প্ৰহ্লাদ যোশী আদি বিভিন্ন জনে টুইটযোগে শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰাৰ লগতে তেঁওলোকৰ মনোভাৱ ব্যক্ত কৰে ৷

  • My daughters are my pride who have set out onto different frontiers with determination and confidence. Give a shoutout to a #DeshKiBeti and celebrate their achievements. pic.twitter.com/zr006SxJBR

    — Smriti Z Irani (@smritiirani) January 24, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য যে 2008 চনত চৰকাৰে 24 জানুৱাৰীৰ দিনটো প্ৰতিবছৰে ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস হিচাপে পালন কৰাৰ কথা ঘোষণা কৰিছিল ৷ মূলতঃ কন্যা সন্তানক সমাজত সন্মান প্ৰদান কৰাৰ উদ্দেশ্যেৰে সমাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিল ৷

লগতে পঢ়ক:তৃতীয় লিংগৰ ব্যক্তিৰ সংৰক্ষণ, সুৰক্ষা আৰু পুনৰ্সংস্থাপনৰ বাবে কেন্দ্ৰৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.