নেশ্যনেল ডেস্ক, 13 ছেপ্তেম্বৰ: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেহাৱসান ৷ প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে তেওঁ ৰাষ্ট্ৰীয় জনতা দ'লৰ এগৰাকী জ্যেষ্ঠ নেতা আছিল ৷ দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছিল প্ৰাক্তন মন্ত্ৰী গৰাকী ৷ বিগত 4 দিনৰ পৰা চিকিৎসালয় খনৰ ভেণ্টিলেটৰত ৰখা হৈছিল জ্যেষ্ঠ ৰাজনৈতিক নেতা গৰাকীক ৷
লগতে পঢ়ক: প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰঘুবংশ প্ৰসাদ সিঙৰ দেহত কোভিড-১৯ পজিটিভ