নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী: ভাৰত-পাকিস্তানৰ মাজৰ পৰিস্থিতি যথেষ্ট শোচনীয়। দুয়ো দেশৰ মাজৰ পৰিস্থিতি সঠিক কৰাৰ অৰ্থে প্ৰচেষ্টা অব্যাহত ৰাখিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'ণাল্ড ট্ৰাম্পৰ।
ভাৰত পাকিস্তানৰ মাজত উদ্ৰেক যথেষ্ট শোচনীয় পৰিস্থিতি : ট্ৰাম্প - পুলৱামা আক্ৰমণ
ভাৰত আৰু পাকিস্তানৰ মাজত উৎপন্ন হোৱা 'ভয়ংকৰ পৰিস্থিতি'ৰ লাঘৱ কৰাৰ বাবে আমেৰিকাই নিজাববীয়া প্ৰচেষ্টা অব্যাহত ৰাখিছে : ট্ৰাম্প
etv bharat
নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী: ভাৰত-পাকিস্তানৰ মাজৰ পৰিস্থিতি যথেষ্ট শোচনীয়। দুয়ো দেশৰ মাজৰ পৰিস্থিতি সঠিক কৰাৰ অৰ্থে প্ৰচেষ্টা অব্যাহত ৰাখিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'ণাল্ড ট্ৰাম্পৰ।
Very, very bad situation between India and Pakistan: Trump
ভাৰত পাকিস্তানৰ মাজত উদ্ৰেক যথেষ্ট শোচনীয় পৰিস্থিতি : ট্ৰাম্প
নিউজ ডেস্ক, ২৩ ফেব্ৰুৱাৰী: ভাৰত-পাকিস্তানৰ মাজৰ পৰিস্থিতি যথেষ্ট শোচনীয়। দুয়ো দেশৰ মাজৰ পৰিস্থিতি সঠিক কৰাৰ অৰ্থে প্ৰচেষ্টা অব্যাহত ৰাখিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। এই মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'ণাল্ড ট্ৰাম্পৰ।
এক সংবাদ মেলত পুলৱামা কাণ্ডৰ বিষয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰকীয়ে। ভাৰতৰ এই দুখঃজনক সময়ত দেশখনৰ প্ৰতি শোক প্ৰকাশ কৰি তেওঁ উল্লেখ কৰে যে, আমেৰিকাই কেতিয়াও সন্ত্ৰাসবাদৰ পোষকতা নকৰে। ভাৰত আৰু পাকিস্তানৰ মাজত উৎপন্ন হোৱা 'ভয়ংকৰ পৰিস্থিতি'ৰ লাঘৱ কৰাৰ বাবে আমেৰিকাই নিজাববীয়া প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলিও প্ৰকাশ কৰে ট্ৰাম্পে।সন্ত্ৰাসবাদ নিৰ্মূলকৰণৰ বাবে ভাৰতে এটা বিশেষ পন্থা গ্ৰহণ কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলিও সংবাদমেলত প্ৰকাশ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।