ETV Bharat / bharat

"পি এম মোডী"ক লৈ নিৰ্বাচন আয়োগৰ সিদ্ধান্তত মই সূখীঃ বিবেক অবেৰয়

author img

By

Published : Apr 24, 2019, 3:10 PM IST

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনীভিত্তিক কথাছবি "পি এম মোডী"ক লৈ নিৰ্বাচন আয়োগে প্ৰদান কৰা সিদ্ধান্তক আদৰণি জনাইছে কথাছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা বিবেক অবেৰয়ে ৷

"পি এম মোডী"ক লৈ বিবেক অবেৰয়

নিউজ ডেস্ক, 24 এপ্ৰিলঃ বলিউদৰ অভিনেতা বিবেক অবেৰয় অভিনীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জীৱনভিত্তিক কথাছবি, পিএম মোডীক লৈ নিৰ্বাচন আয়োগে প্ৰদান কৰা সিদ্ধান্তক আদৰণি জনাইছে অভিনেতাগৰাকীয়ে ৷

"পি এম মোডী"ক লৈ বিবেক অবেৰয়

নিৰ্বাচন আয়োগৰ বাবে বুধবাৰে আয়োজিত এক বিশেষ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে অভিনেতাগৰাকীয়ে ৷ প্ৰদৰ্শনীৰ অন্তত সাংবিধানিক নিয়মৰ দোহাই দি কোনো কথা প্ৰকাশৰ পৰা বিৰত থাকে অভিনেতাগৰাকী ৷ অৱশ্যে নিৰ্বাচন আয়োগে লোৱা সিদ্ধান্তৰ সৈতে কোনো দ্বিমত নাই বুলি কয় অভিনেতাগৰাকীয়ে ৷ কথাছবিখন সন্দৰ্ভত নিজৰ স্থিতি স্পষ্ট কৰি অভিনেতাগৰাকীয়ে কয় যে, তেওঁ বিজেপিৰ সৈতে কোনো কাৰণতে জড়িত নহয় আৰু কথাছবিখন নিৰ্মাণৰ সময়ত বিজেপিৰ পৰা কোনো অৰ্থনৈতিক সাহাৰ্য লাভ কৰা নাছিল ৷

New Delhi, Apr 18 (ANI): Bollywood actor Vivek Oberoi, who held a screening of his movie 'PM Narendra Modi' for the Election Commission, today said that although he can not reveal the polling agency's reaction to his film due to 'constitutional' restraints, he was 'very happy' with EC's response to the movie. Oberoi added that he is praying for the release of the film and reasoned that neither he is associated with the BJP nor are there any financial connection of the film with the party.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.