ETV Bharat / bharat

২০৬ গৰাকী ভাৰতীয় নাগৰিকক লৈ ৱাচিংটনৰ পৰা দিল্লীলৈ ৰাওনা বিমান

author img

By

Published : Jun 28, 2020, 8:07 PM IST

৭ মে'ৰ পৰা দেশত আৰম্ভ হৈছিল বন্দে ভাৰত মিছনৰ প্ৰথম পৰ্যায়ৰ কাম। প্ৰথম পৰ্যায়ত মুঠ ৮৭৫ খন আন্তঃৰাষ্ট্ৰীয় বিমানেৰে বহুকেইখন ৰাষ্ট্ৰত থকা ভাৰতীয় নাগৰিকক নিজ দেশলৈ উভতাই অনা হয়।

Washington
Vande Bharat flight with 206 Indians departs from Washington

নিউজ ডেস্ক, ২৮ জুনঃ আমেৰিকাৰ ৱাচিংটনৰ পৰা ২০৬ গৰাকী ভাৰতীয় নাগৰিকক লৈ দিল্লীলৈ ৰাওনা হৈছে এয়াৰ ইণ্ডিয়াৰ এখন বিশেষ বিমান। বন্দে ভাৰত মিছনৰ অধিনত এই লোকসকলক ভাৰতলৈ লৈ অনা হয় । আমেৰিকাস্থিত ভাৰতীয় দূতাবাসে সকলো নাগৰিকৰে শুভ যাত্ৰা কামনা কৰি টুইটাৰ যোগে এই কথা উল্লেখ কৰে ।

Vande Bharat flight with 206 Indians departs from Washington
২০৬ গৰাকী ভাৰতীয় নাগৰিকক লৈ ৱাচিংটনৰ পৰা দিল্লীলৈ ৰাওনা বিমান

উল্লেখ্য যে, ৭ মে'ৰ পৰা আৰম্ভ হৈছিল বন্দে ভাৰত মিছনৰ প্ৰথম পৰ্যায়ৰ কাম। সম্প্ৰতি বন্দে ভাৰত মিছনৰ তৃতীয় পৰ্যায়ৰ সেৱা অব্যাহত আছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰলৈকে মুঠ ৩,৬৪,২০৯ গৰাকী লোক এই আঁচনিৰ অধিনত দেশলৈ উভতি আহিছে ।

বন্দে ভাৰত মিছনৰ প্ৰথম পৰ্যায়ত মুঠ ৮৭৫ খন আন্তঃৰাষ্ট্ৰীয় বিমানেৰে বহুকেইখন ৰাষ্ট্ৰত থকা ভাৰতীয় নাগৰিকক নিজ দেশলৈ উভতাই অনা হয় । কোভিড-১৯ সংকটৰ বাবে বহিঃৰাষ্ট্ৰত আৱদ্ধ হৈ থকা লোকসকলক ভাৰতলৈ উভতাই অনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিছিল বন্দে ভাৰত মিছনৰ ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.