ETV Bharat / bharat

ভাৰত-চীন সীমান্তত তৎপৰ হৈছে ভাৰতীয় সেনা

ইণ্ডো-তিবেতান ব’ৰ্ডাৰ পুলিচ আৰু ভাৰতীয় সেনাৰ বহুকেইটা ইউনিটে অৱস্থান কৰিছে ভাৰত-চীন সীমান্তৰ নেলং উপত্যকাত ৷ স্থলসেনাৰ উপৰিও ভাৰতীয় বায়ু সেনাইও আন্তঃৰাষ্ট্ৰীয় সীমান্তত চোকা নজৰ ৰাখিছে যাতে, চুবুৰীয়া ৰাষ্ট্ৰখনৰ গতিবিধি নিৰীক্ষণ কৰিব পাৰি ৷

নেলং উপত্যকা
নেলং উপত্যকা
author img

By

Published : Sep 18, 2020, 6:19 AM IST

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ : লাইন অৱ এক্সুৱেল কন্ট্ৰ’লক লৈ চিন্তা হৈ থকাৰ মাজতে ইণ্ডো-তিবেতান ব’ৰ্ডাৰ পুলিচ আৰু ভাৰতীয় সেনাৰ বহুকেইটা ইউনিটে অৱস্থান কৰিছে ভাৰত-চীন সীমান্তৰ নেলং উপত্যকাত ৷

স্থলসেনাৰ উপৰিও ভাৰতীয় বায়ু সেনাইও আন্তঃৰাষ্ট্ৰীয় সীমান্তত চোকা নজৰ ৰাখিছে যাতে, চুবুৰীয়া ৰাষ্ট্ৰখনৰ গতিবিধি নিৰীক্ষণ কৰিব পাৰি ৷

বৃহস্পতিবাৰে ভাৰতীয় বায়ু সেনাই হেলিকপ্টাৰযোগে অঞ্চলটোত পৰিদৰ্শন কৰি আছে নেলং ভেলী ৷ সেনা সূত্ৰই প্ৰকাশ কৰা মতে, ভাৰতীয় সেনাৰ উচ্চ স্তৰীয় বিষয়া সকলেও এই বিষয়ে আলোচনা চলাই আছে ৷

লগতে পঢ়ক : সীমান্তৰ বিবাদ নিস্পত্তিৰ বাবে চীনক নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.