ETV Bharat / bharat

মুম্বাইত আবু ছালেমৰ ঘনিষ্ঠ সহযোগীক আটক - uttar pradesh

গজেন্দ্ৰ সিঙক আবু ছালেমৰ যথেষ্ট ঘনিষ্ঠ বুলি জনা যায় ৷

uttar pradesh special task force arrested close associate of Don Abu Salem
মুম্বাইত আবু ছালেমৰ ঘনিষ্ঠ সহযোগীক আটক
author img

By

Published : Jul 16, 2020, 2:48 PM IST

উত্তৰ প্ৰদেশ, 16 জুলাই : মুম্বাই ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত আবু ছালেম আৰু খান মুবাৰকৰ এজন ঘনিষ্ঠ সহযোগী বৃহস্পতিবাৰে স্পেছিয়েল টাস্ক ফৰ্ছে মুম্বাইৰ নয়ডা থানাৰ চেক্টৰ 20ৰ পৰা আটক কৰে ৷ আটকাধীন লোকজনক গজেন্দ্ৰ সিঙ বুলি জানিব পৰা হৈছে ৷

2014 চনত গজেন্দ্ৰ সিঙে দিল্লীত এটা সম্পত্তি লৈ এজন ব্যক্তিৰ পৰা 1.80 কোটি টকা আত্মসাৎ কৰিছিল ৷ ব্যক্তিজনৰ ওপৰত নয়ডাৰ চেক্টৰ 18ত খান মুবাৰকে আক্ৰমণো কৰিছিল ৷ আবু চালেমৰ এনচিআৰস্থিত সম্পত্তিৰ ওপৰত বৰ্তমান গজেন্দ্ৰ সিঙে টকা লগোৱা কথা এছটিএফে উল্লেখ কৰে ৷ গজেন্দ্ৰ সিঙক আবু ছালেমৰ যথেষ্ট ঘনিষ্ঠ বুলি জনা যায় ৷

লগতে পঢ়ক : আমেৰিকাৰ মিলেনিয়াৰ-প্ৰখাত ব্যক্তি টুইটাৰ একাউন্ট হেক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.