ETV Bharat / bharat

ভাৰতৰ 73সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা আমেৰিকাৰ - ভাৰতৰ 73সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আমেৰিকাই

ভাৰতৰ 73সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আমেৰিকাই ৷ সমগ্ৰ ভাৰতবৰ্ষতে আজি পালন কৰা হয় দেশৰ 73সংখ্যক স্বাধীনতা দিৱস ৷ নতুন দিল্লীত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহকে ধৰি সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় তথা অনুষ্ঠান-প্ৰতিষ্ঠানত পৃথকে পৃথকে উদযাপন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷

ভাৰতৰ 73সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা আমেৰিকাৰ
author img

By

Published : Aug 15, 2019, 11:14 PM IST

নিউজ ডেস্ক, 15 আগষ্টঃ ভাৰতৰ 73সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আমেৰিকাই ৷ দেশৰ স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত আমেৰিকাই ভাৰতৰ সৈতে ঘনিষ্ঠ বন্ধুত্ব ৰক্ষা কৰি তাক সামৰিক বন্ধুত্বলৈ ৰূপান্তৰিত হোৱা বুলি শুভেচ্ছা জ্ঞাপন কৰে ৷

এক চৰকাৰী বিজ্ঞপ্তিযোগে, আমেৰিকাৰ ছেক্ৰেটাৰী অৱ ষ্টেটছ মাইক পমপিঅ'ই ভাৰতবৰ্ষক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ স্বাধীনতাৰ পিচৰে পৰাই আমেৰিকাই ভাৰতবৰ্ষক সকলো দিশতে সহযোগ কৰি আহিছে ৷ গণতান্ত্ৰিক মূল্যবোধকে ধৰি অৰ্থনৈতিক উন্নয়নলৈ সকলো ক্ষেত্ৰতে ভাৰত-আমেৰিকাৰ সহযোগিতাই বন্ধুত্বৰ ৰূপ পাইছে ৷ বিগত দুটা দশকত ভাৰত-আমেৰিকাৰ বন্ধুত্ব সামৰিক বন্ধুত্বলৈ ৰূপান্তৰিত হৈছে ৷ বৰ্তমানে দুয়োখন দেশে প্ৰতিৰক্ষাকে ধৰি সন্ত্ৰাসবাদ প্ৰতিৰোধ, বিজ্ঞান-প্ৰযুক্তিকে ধৰি মহাকাশ গৱেষণা সকলো দিশত একেলগে আগবাঢ়িছে ৷ বিজ্ঞপ্তিটোত এইদৰে উল্লেখ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেক্ৰেটাৰী অৱ ষ্টেটছ মাইক পমপিঅ'ই ৷

উল্লেখ্য যে, বিগত জুন মাহত ভাৰত ভ্ৰমণলৈ আহিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেক্ৰেটাৰী অৱ ষ্টেটছ মাইক পমপিঅ'ই ৷ বিগত ভাৰত ভ্ৰমণৰ সময়তে ভাৰত-আমেৰিকা শক্তিশালী গণতন্ত্ৰ, বিশ্বশক্তি আৰু ভাল বন্ধু বুলি উল্লেখ কৰিছিল মাইক পমপিঅ'ই ৷ ভাৰত ভ্ৰমণৰ স্মৃতি ৰোমন্থন কৰি ভাৰতক এক আনন্দমুখৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে মাইক পমপিঅ'ই ৷

Intro:Body:

ভাৰতৰ 73সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা আমেৰিকাৰ 

ভাৰতৰ 73সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আমেৰিকাই ৷ সমগ্ৰ ভাৰতবৰ্ষতে আজি পালন কৰা হয় দেশৰ 73সংখ্যক স্বাধীনতা দিৱস ৷ নতুন দিল্লীত কেন্দ্ৰীয়ভাৱে স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে সকলো ৰাজ্য তথা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহকে ধৰি সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয় তথা অনুষ্ঠান-প্ৰতিষ্ঠানত পৃথকে পৃথকে উদযাপন কৰা হয় স্বাধীনতা দিৱসৰ কাৰ্যসূচী ৷ 

নিউজ ডেস্ক, 15 আগষ্টঃ ভাৰতৰ 73সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে আমেৰিকাই ৷ দেশৰ স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত আমেৰিকাই ভাৰতৰ সৈতে ঘনিষ্ঠ বন্ধুত্ব ৰক্ষা কৰি তাক সামৰিক বন্ধুত্বলৈ ৰূপান্তৰিত হোৱা বুলি শুভেচ্ছা জ্ঞাপন কৰে ৷ 

এক চৰকাৰী বিজ্ঞপ্তিযোগে, আমেৰিকাৰ ছেক্ৰেটাৰী অৱ ষ্টেটছ মাইক পমপিঅ'ই ভাৰতবৰ্ষক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে ৷ স্বাধীনতাৰ পিচৰে পৰাই আমেৰিকাই ভাৰতবৰ্ষক সকলো দিশতে সহযোগ কৰি আহিছে ৷ গনতান্ত্ৰিক মূল্যবোধকে ধৰি অৰ্থনৈতিক উন্নয়নলৈ সকলো ক্ষেত্ৰতে ভাৰত-আমেৰিকাৰ সহযোগিতাই বন্ধুত্বৰ ৰূপ পাইছে ৷ বিগত দুটা দশকত ভাৰত-আমেৰিকাৰ বন্ধুত্ব সামৰিক বন্ধুত্বলৈ ৰূপান্তৰিত হৈছে ৷ বৰ্তমানে দুয়োখন দেশে প্ৰতিৰক্ষাকে ধৰি সন্ত্ৰাসবাদ প্ৰতিৰোধ, বিজ্ঞান-প্ৰযুক্তিকে ধৰি মহাকাশ গৱেষণা সকলো দিশত একেলগে আগবাঢ়িছে ৷ বিজ্ঞপ্তিটোত এইদৰে উল্লেখ কৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেক্ৰেটাৰী অৱ ষ্টেটছ মাইক পমপিঅ'ই ৷ 

উল্লেখ্য যে, বিগত জুন মাহত ভাৰত ভ্ৰমণলৈ আহিছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেক্ৰেটাৰী অৱ ষ্টেটছ মাইক পমপিঅ'ই ৷ বিগত ভাৰত ভ্ৰমণৰ সময়তে ভাৰত-আমেৰিকা শক্তিশালী গনতন্ত্ৰ, বিশ্বশক্তি আৰু ভাল বন্ধু বুলি উল্লেখ কৰিছিল মাইক পমপিঅ'ই ৷ ভাৰত ভ্ৰমণৰ স্মৃতি ৰোমন্থন কৰি ভাৰতক এক আনন্দমুখৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে মাইক পমপিঅ'ই ৷

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.