ETV Bharat / bharat

ভাৰতৰ 5 ট্ৰিলিয়ন অৰ্থনীতিৰ লক্ষ্যত সহায় কৰিব আমেৰিকাই !

শুকুৰবাৰে অনুষ্ঠিত হয় ভাৰত-আমেৰিকা সপ্তম আৰ্থিক সহযোগিতা বৈঠক ৷ বৈঠকৰ অন্তত আমেৰিকাৰ কোষাগাৰৰ সচিব ষ্টেভিভেন মেনুচিনৰ মন্তব্য, আগন্তুক দিনবোৰত দুয়োখন দেশে উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত একলগে কাম কৰিব ৷

author img

By

Published : Nov 2, 2019, 6:25 PM IST

Updated : Nov 2, 2019, 10:47 PM IST

ভাৰতক অৰ্থনৈতিক লক্ষ্যত উপনীত হ'বলৈ সহায় কৰিব আমেৰিকাই

নিউজ ডেস্ক, 1 নৱেম্বৰঃ আমেৰিকান কোম্পানী সমূহৰ আৰ্থিক বিকাশ, সুবিধা বৃদ্ধি, ভাৰতৰ 5 ট্ৰিলিয়ন অৰ্থব্যৱস্থা সন্দৰ্ভত আমেৰিকাৰ সহযোগিতাৰ বাবে শুকুৰবাৰে আমেৰিকাৰ কোষাগাৰৰ সচিব ষ্টেভিভেন মেনুচিনে আমেৰিকান কোম্পানী সমূহৰ প্ৰত্যক্ষ বৈদেশিক বিনিয়োগৰ নীতিৰ ক্ষেত্ৰত ভাৰতক কিছু পৰিমাণে শিথিল কৰি দিয়াৰ দাবী উত্থাপন কৰে ৷

ভাৰত-আমেৰিকা সপ্তম আৰ্থিক সহযোগিতা বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে ষ্টেভিভেন মেনুচিনে ৷ তেওঁ কয় যে, আগন্তুক দিনবোৰত দুয়োখন দেশৰ উন্নয়ন আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত একলগে কাম কৰিব ৷ আমি ভাৰতৰ 5 ট্ৰিলিয়ন অৰ্থনীতি অতিক্ৰম লক্ষ্যৰে আগবাঢ়ি যাম ৷ দেশখনে এই লক্ষ্যত উপনীত হ'ব বুলি মোৰ বিশ্বাস আছে বুলিও মন্তব্য কৰে আমেৰিকাৰ কোষাগাৰৰ সচিবগৰাকীয়ে ৷

Us seeks more relaxation in india fdi policy

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে 2024-25 চনৰ ভিতৰত ভাৰতৰ অৰ্থনীতি 5 ট্ৰিলিয়ন কৰাৰ লক্ষ্য স্থাপন কৰিছিল ৷ আমেৰিকাৰ কোষাগাৰৰ সচিবগৰাকীয়ে লগতে কয় যে, আমি ভাৰতত নতুনকৈ গঢ় লবলৈ ধৰা বজাৰখনৰ অপেক্ষাৰে ৰৈ আছো ৷ যাতে আমেৰিকান কোম্পানীসমূহে ইয়াত বিনিয়োগ অব্যাহত ৰাখে ৷

লগতে পঢ়ক ঃ গোলাঘাটৰ ধলাগুৰি চাহ বাগিচাত প্ৰকাণ্ড জিৰাফৰ অৱস্থান

Intro:Body:Conclusion:
Last Updated : Nov 2, 2019, 10:47 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.