ETV Bharat / bharat

সাহাৰ্য প্ৰদানৰ ফ'টো, ভিডিঅ' আপলোডত প্ৰতিবন্ধকতা শ্ৰীনগৰত

প্ৰতিবন্ধকতা আৰোপ সাহাৰ্য প্ৰদানৰ ফটো, ভিডিঅ আপলোডত ৷ শ্ৰীনগৰ প্ৰশাসনৰ এই ঘোষণা ৷

শ্ৰীনগৰ প্ৰশাসন
সাহাৰ্য প্ৰদানৰ ফ'টো, ভিডিঅ' আপলোডত প্ৰতিবন্ধকতা শ্ৰীনগৰত
author img

By

Published : Apr 12, 2020, 6:17 PM IST

নেশ্যনেল ডেস্ক, 12 এপ্ৰিল : শ্ৰীনগৰৰ জিলা দণ্ডাধীশ শ্বাহীদ ইকবাল চৌধাৰীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে সাহাৰ্য প্ৰদানৰ ফ'টো আৰু ভিডিঅ' আপলোডত প্ৰতিবন্ধকতা আৰোপ কৰিছে ৷

জিলা দণ্ডাধীশে প্ৰদান কৰা নিৰ্দেশ অনুসৰি, দূৰ্যোগ ব্যৱস্থাপনা আইন, 2005 ৰ অধীনত ছ'চিয়েল মিডিয়াৰ জৰিয়তে কোনো লোকে সাহাৰ্য প্ৰদানৰ ফ'টো আৰু ভিডিঅ' আপলোড কৰিব নোৱাৰিব ৷

ইয়াৰ লগতে তেওঁ কয় যে, "যিবোৰ অঞ্চল নিষিদ্ধ ঘোষণা কৰা হ'ব সেই অঞ্চলসমূহত কেৱল অত্যাৱশ্যকীয় আৰু জৰুৰীকালিন সেৱাহে প্ৰৱেশ কৰিব পাৰিব ৷"

জিলাখনৰ দূৰ্যোগ ব্যৱস্থাপনা মেনেজমেন্ট এজেন্সীৰ NGO cell ৰ সহযোগিতাতহে অন্য NGO আৰু সাহাৰ্য সেৱাসমূহ প্ৰদান কৰিব পৰা যাব ৷

উল্লেখ্য যে, শ্ৰীনগৰ জিলাৰ বাসিন্দাৰ সেৱাৰ বাবে প্ৰায় 30 টাকৈ বেচৰকাৰী সংস্থাক নিয়োগ কৰিছে প্ৰশাসনে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.