ETV Bharat / bharat

কৰ'ণাক পৰাভূত কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পোৱা ৬৬ বছৰীয়া বৃদ্ধৰ - কে.জি.এম.ইউ হাস্পতাল

এক অলৌকিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত । এসপ্তাহৰ ভিতৰত কৰ'ণা ভাইৰাছৰ পৰা মুক্ত এজন ৬৬ বছৰীয়া বৃদ্ধ । উল্লেখ্য যে, ইয়াৰ পূৰ্বে কৰ্কট ৰোগৰ পৰাও আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছিল লোকজন ।

UP Cancer survivor defeats corona; discharged from hospital in 7 days

author img

By

Published : May 23, 2020, 4:29 PM IST

লক্ষ্ণৌ, ২৩ মে': উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত সংঘটিত হৈছে এক মিৰাকেল । মাৰাত্মক COVID-১৯ ৰ বিৰুদ্ধে জয় লাভ এজন ৬৬ বছৰীয়া বৃদ্ধৰ । ৭ দিনৰ ভিতৰতেই আৰোগ্য লাভ COVID-১৯ ত আক্ৰান্ত হোৱা বৃদ্ধ লোকজন । কে.জি.এম.ইউ হাস্পতালত চিকিৎসাধীন হৈ আছিল ৬৬ বছৰীয়া বৃদ্ধগৰাকী ।

হাস্পতাল কৰ্তপক্ষই জানিবলৈ দিয়ে যে, কৰ'ণা ভাইৰাছৰ বিৰুদ্ধে আৰোগ্য় লাভ কৰা ব্য়ক্তিজনে ২০১৯ বৰ্ষৰ মে' মাহৰ পৰা আগষ্ট মাহলৈ কৰ্কট ৰোগত চিকিৎসা গ্ৰহণ কৰিছিল । King George's Medical University ৰ হাস্পতালৰ উপাচাৰ্যই এটা ভিডিঅ' যোগে এই কথা সদৰি কৰিছে ।

কৰ'ণাক পৰাভূত কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পোৱা ৬৬ বছৰীয়া বৃদ্ধাৰ

উল্লেখ্য় যে, সচৰাচৰ মধুমেহ আৰু কৰ্কট ৰোগীৰ ক্ষেত্ৰত COVID-১৯ ভাইৰাছত আৰোগ্য লাভৰ সম্ভাৱনা প্ৰায় ক্ষীণ । কিন্তু জীৱন যুদ্ধত দ্বিতীয়বাৰৰ বাবে জয় লাভ কৰিবলৈ সক্ষম হৈছে এইগৰাকী ৬৬ বছৰীয়া বৃদ্ধলোকজনে ।

বৰ্তমান লৈকে উত্তৰ প্ৰদেশত ৫৭৩৫ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,২৩৮ গৰাকী লোক আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে । আনহাতে মৃত্যু মুখত পৰিছে ১৫২ জন লোক ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.