ইফালে উন্নাও জিলাৰ বলাৎকাৰৰ লগত জড়িত এগৰাকী অভিযুক্তৰ ভগ্নীয়ে ঘটনাটোৰ চি বি আই তদন্ত দাবী কৰিছে ৷ অভিযুক্তজনৰ ভগ্নীৰ মতে,ৰাজনৈতিক কাৰণত টাৰ্গেট কৰা হৈছে তেওঁলোকৰ পৰিয়ালটোক ৷ এফালে ভগ্নীগৰাকীয়ে নিৰ্যাতিতাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে আৰু আনফালে নিজৰ ভাতৃক এই ক্ষেত্ৰত নিৰ্দোষী বুলি দাবী কৰিছে ৷
উন্নাও ধৰ্ষণঃ নিৰ্যাতিতাৰ জীয়াই থকাৰ সম্ভাৱনা ক্ষীণ বুলি ক'লে চিকিৎসকে - Unnao Rape victim latest update
The Unnao rape survivor, who was set ablaze yesterday is currently battling for her life at the Safdarjung Hospital in the national capital. Doctors said she has been put on ventilator and the chances of her survival are 'minimal'.
16:35 December 06
উন্নাও ধৰ্ষণ: ডাক্তৰৰ মতে নিৰ্যাতিতা যুৱতী জীয়াই থকাৰ সম্ভাৱণা ক্ষীণ
15:09 December 06
ই টিভি ভাৰতৰ হাতত উন্নাও ধৰ্ষণ কাণ্ডৰ ভুক্তভোগী যুৱতীৰ পিতৃ আৰু নবৌয়েকৰ এক্সক্লুছিভ সাক্ষাৎকাৰ ৷
12:07 December 06
95 শতাংশ পৰ্যন্ত জলি যোৱা উন্নাও কাণ্ডৰ নিৰ্যাতিতা ভৰ্ত্তি হৈ আছে দিল্লীৰ সফৰদজংগ হাস্পতালত
নতুন দিল্লী, 6 ডিচেম্বৰঃ ক্ৰমাৎ গম্ভীৰ হৈছে উন্নাও কাণ্ডৰ ধৰ্ষিতাৰ অৱস্থা ৷ বৃহস্পতিবাৰে গ্ৰীণ কৰিডৰৰ জৰিয়তে নিৰ্যাতিতাগৰাকীক উন্নত চিকিৎসাৰ বাবে লৈ অনা হৈছিল লক্ষ্নৌৰ পৰা দিল্লীলৈ ৷ সম্প্ৰতি দিল্লীৰ সফৰদজংগ হাস্পতালত মৃত্যুৰে সৈতে যুঁজি আছে নিৰ্যাতিতাগৰাকী ৷ ভেন্টিলেচনত ৰখা হৈছে 95 শতাংশ পৰ্যন্ত জলি যোৱা উন্নাও কাণ্ডৰ নিৰ্যাতিতাগৰাকীক ৷
চিকিৎসকে জনোৱা মতে ," নিৰ্যাতিতাগৰাকীৰ বৰ্তমান শাৰীৰিক অৱস্থা যথেষ্ট গম্ভীৰ আৰু বৰ্তমান তেওঁক ৰখা হৈছে ভেন্টিলেটৰ ব্যৱস্থাত ৷ " লগতে তেওঁ জনাই যে, নিৰ্যাতিতাগৰাকী জীয়াই থকাৰ আশা যথেষ্ট কম হৈ আহিছে ৷ ইফালে পুলিচে জনোৱা অনুসৰি, পাঁচ পুৰুষৰ দ্বাৰা বলাৎকাৰ হোৱা নিৰ্যাতিতাগৰাকীয়ে আদালতলৈ আহি থকা অৱস্থাতে জলাই দিয়ে দুই অভিযুক্ত বলাৎকাৰীয়ে ৷
16:35 December 06
উন্নাও ধৰ্ষণ: ডাক্তৰৰ মতে নিৰ্যাতিতা যুৱতী জীয়াই থকাৰ সম্ভাৱণা ক্ষীণ
15:09 December 06
ই টিভি ভাৰতৰ হাতত উন্নাও ধৰ্ষণ কাণ্ডৰ ভুক্তভোগী যুৱতীৰ পিতৃ আৰু নবৌয়েকৰ এক্সক্লুছিভ সাক্ষাৎকাৰ ৷
ইফালে উন্নাও জিলাৰ বলাৎকাৰৰ লগত জড়িত এগৰাকী অভিযুক্তৰ ভগ্নীয়ে ঘটনাটোৰ চি বি আই তদন্ত দাবী কৰিছে ৷ অভিযুক্তজনৰ ভগ্নীৰ মতে,ৰাজনৈতিক কাৰণত টাৰ্গেট কৰা হৈছে তেওঁলোকৰ পৰিয়ালটোক ৷ এফালে ভগ্নীগৰাকীয়ে নিৰ্যাতিতাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে আৰু আনফালে নিজৰ ভাতৃক এই ক্ষেত্ৰত নিৰ্দোষী বুলি দাবী কৰিছে ৷
12:07 December 06
95 শতাংশ পৰ্যন্ত জলি যোৱা উন্নাও কাণ্ডৰ নিৰ্যাতিতা ভৰ্ত্তি হৈ আছে দিল্লীৰ সফৰদজংগ হাস্পতালত
নতুন দিল্লী, 6 ডিচেম্বৰঃ ক্ৰমাৎ গম্ভীৰ হৈছে উন্নাও কাণ্ডৰ ধৰ্ষিতাৰ অৱস্থা ৷ বৃহস্পতিবাৰে গ্ৰীণ কৰিডৰৰ জৰিয়তে নিৰ্যাতিতাগৰাকীক উন্নত চিকিৎসাৰ বাবে লৈ অনা হৈছিল লক্ষ্নৌৰ পৰা দিল্লীলৈ ৷ সম্প্ৰতি দিল্লীৰ সফৰদজংগ হাস্পতালত মৃত্যুৰে সৈতে যুঁজি আছে নিৰ্যাতিতাগৰাকী ৷ ভেন্টিলেচনত ৰখা হৈছে 95 শতাংশ পৰ্যন্ত জলি যোৱা উন্নাও কাণ্ডৰ নিৰ্যাতিতাগৰাকীক ৷
চিকিৎসকে জনোৱা মতে ," নিৰ্যাতিতাগৰাকীৰ বৰ্তমান শাৰীৰিক অৱস্থা যথেষ্ট গম্ভীৰ আৰু বৰ্তমান তেওঁক ৰখা হৈছে ভেন্টিলেটৰ ব্যৱস্থাত ৷ " লগতে তেওঁ জনাই যে, নিৰ্যাতিতাগৰাকী জীয়াই থকাৰ আশা যথেষ্ট কম হৈ আহিছে ৷ ইফালে পুলিচে জনোৱা অনুসৰি, পাঁচ পুৰুষৰ দ্বাৰা বলাৎকাৰ হোৱা নিৰ্যাতিতাগৰাকীয়ে আদালতলৈ আহি থকা অৱস্থাতে জলাই দিয়ে দুই অভিযুক্ত বলাৎকাৰীয়ে ৷
PRI GEN NAT
.NEWDELHI DEL16
DL-UNNAO-SURVIVOR CONDITION
Day after being set afire, Unnao rape survivor critical and on ventilator
New Delhi, Dec 6 (PTI) The rape survivor from Unnao, who wasairlifted to Delhi and admitted to the Safdarjung Hospital here, is extremely critical and on ventilator, doctors attending to her said on Friday.
"The condition of the patient is extremely critical and she is on ventilator. Even her vitals are very low," saidDr Shalab Kumar, Head of Burn and Plastic Surgery at the hospital.
The Delhi Traffic Police on Thursday provided a "green corridor" for hindrance-free movement of the ambulance carrying her from the airport to the hospital.
"We have set up a dedicated ICU room for the patient. A team of doctors are consistently monitoring her health condition," Dr Sunil Gupta, Medical Superintendent at Safdarjung Hospital, said.
The rape survivor suffered 90 per cent burns after five men, including two of the rape accused, allegedly set her on fire while she was on her way to court, police said.
One of the two men accused of raping her last year was granted bail 10 days back. The other man had been on the run. All the five men involved in Thursday morning's attack were arrested within hours and the victim airlifted in the evening from the Shyama Prasad Mukherjee Hospital in Lucknow to Delhi. PTI PLB
RDM
RDM
12061051
NNNN