ETV Bharat / bharat

লণ্ডনত পুনৰ নতুন ক'ৰণা প্ৰতিৰোধী ভেকচিনৰ পৰীক্ষা - পৰীক্ষা সম্পন্ন

লণ্ডনত ক'ৰণা প্ৰতিৰোধৰ ভেকচিনৰ নিৰ্মাণত দায়িত্ব গ্ৰহণ কৰা ৰবিন চাহটেক কয় যে তেওঁলোকে নিৰ্মাণ কৰি থকা ভেকচিনৰ মূল্য সহজ আৰু সুলভ হ'ব যাতে বিশ্বত ক'ৰণা মহামাৰী ৰোধ কৰাত সহায়ক হয় ।

লণ্ডনত পুনৰ নতুন ক'ৰণা প্ৰতিৰোধী ভেকচিনৰ পৰীক্ষা

author img

By

Published : Jun 17, 2020, 3:35 PM IST

নিউজ ডেস্ক,১৭জুনঃ লণ্ডনত থকা ইম্পেৰিয়েল কলেজৰ বিজ্ঞানী সকলে এই সপ্তাহতে পুনৰ ক'ৰণা ভাইৰাছৰ ভেকচিন পৰীক্ষামূলক টেষ্ট সম্পন্ন কৰিব।বিজ্ঞানীসকল অন্তম পৰ্যায়ত উপনীত হৈছে বুলি সদৰি কৰে যাৰ জৰিয়তে ক'ৰণা মহামাৰিৰ সংক্ৰমণ ৰোধ কৰিব পৰা যাব ।

লণ্ডনত পুনৰ নতুন ক'ৰণা প্ৰতিৰোধী ভেকচিনৰ পৰীক্ষা
লণ্ডনত পুনৰ নতুন ক'ৰণা প্ৰতিৰোধী ভেকচিনৰ পৰীক্ষা

ইফালে ১২ টাত কৈ অধিক ভেকচিন ১০০০ ৰ ৰোগীৰ ওপৰত প্ৰথম পৰ্যায়ত টেষ্ট কৰা হৈছে । সেই সমূহ ভেকচিনৰ পৰা যে সুফল লাভ কৰিবলৈ সকলোৱে বাট চাই আছে যদিও বছৰৰ শেষৰ ফালে ভাল ফলাফল পোৱাৰ আশা কৰিছে বিজ্ঞানী সকলে। বহু বিজ্ঞানীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে যিহেতু সমগ্ৰ বিশ্বতে ৮ মিলিয়ন লোক আৰু ৪,৩৭,০০০ জন লোকৰ মৃত্যু হৈছে ক'ৰণাৰ বাবে আৰু ইয়াক ৰোধ কৰাৰ এক মাত্র উপায় হৈছে ভেকচিন । তাৰবাবে উঠিপৰি লাগিছে বিজ্ঞানীসকল বছৰৰ অন্তিম সময়ৰ ফালে ভেকচিন প্ৰস্তুতত সফলতা পাম বুলি বিজ্ঞানী সকলে আশা প্ৰকাশ কৰিছে ।

ব্ৰিটিছ চৰকাৰে ইতিমধ্যে ৩০০ জন সুস্থ মানুহৰ দেহত ২ ডজন ভেকচিনেৰে কোভিড ১৯ পৰীক্ষা কৰিছে । য'ত চৰকাৰে ৪১ মিলিয়ন ড'লাৰ ব্যয় কৰিছে বুলি চৰকাৰী সূত্রই প্ৰকাশ কৰে । ইপিনে ভেকচিন নিৰ্মাণত আগভাগ লোৱা ৰবিন চাহটকে কয় যে আমাৰ ভেকচিনৰ মুল্য কম টকাৰ ভিতৰত হ'ব । আনহাতে ১০০ত কৈ অধিক ভেকচিনৰ পৰীক্ষা কৰিছে NIH মে । কম সময়ৰ ভিতৰতে বহু মিলিয়ন ভেকচিন প্ৰস্তুত কৰিব বুলি উল্লেখ কৰে ৰবিনে ।

লগতে চাওকঃ জীয়াঢলৰ বানত বিধ্বস্ত ধেমাজিৰ যাতায়ত ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.