ETV Bharat / bharat

অশান্ত জম্মু-কাশ্মীৰ: সংঘৰ্ষত আহত দুগৰাকী সেনা জোৱান

author img

By

Published : Aug 12, 2020, 8:38 AM IST

বুধবাৰে পুৱতি নিশা প্ৰায় 2.30 বজাত পুলৱামাত সংঘটিত হৈছে প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা ৷ সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হয় উক্ত গুলিয়াগুলিৰ ঘটনা ৷ ঘটনাটোৰ ফলত আহত হৈছে দুগৰাকী সেনা জোৱান ৷

two soldiers injured in during exchange of fire in Jammu and Kashmir Etv bharat news
অশান্ত জম্মু-কাশ্মীৰ

জম্মু-কাশ্মীৰ,12 আগষ্ট: পুনৰ অশান্ত হৈ পৰিছে জম্মু-কাশ্মীৰৰ পুলৱামা জিলা ৷ বুধবাৰে পুৱতি নিশা প্ৰায় 2.30 বজাত জিলাখনৰ কাম্ৰাজিপ্ৰা গাঁৱত সন্ত্ৰাসবাদী আৰু সৈন্যবাহিনীৰ মাজত সংঘটিত হৈছে প্ৰচণ্ড গুলিয়াগুলিৰ ঘটনা ৷ উক্ত গুলিয়াগুলিৰ ফলত গুৰুতৰভাৱে আহত হৈছে দুগৰাকী সেনা জোৱান ৷

লগতে চাওকঃ বিশ্বৰ প্ৰথম কোভিড-19ৰ প্ৰতিষেধক : ফিলিপাইনছৰ ৰাষ্ট্ৰপতিক প্ৰতিষেধকৰ প্ৰথম চিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.