ETV Bharat / bharat

কৰ্ণাটকত তুংগত ৰাজনৈতিক অস্থিৰতাঃ দুই জেডি (এছ) বিধায়কৰ পদত্যাগ

শেহতীয়াকৈ দুজন জেডি (এছ) বিধায়কে বিধানসভাৰ অধ্যক্ষৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে ৷ ইয়াৰ লগে লগে পতদ্যাগী বিধায়কৰ সংখ্যা 16জনলৈ বৃদ্ধি পালে ৷

আৰু দুগৰাকী জে ডি(এচ) বিধায়কৰ পদত্যাগ!!
author img

By

Published : Jul 10, 2019, 5:34 PM IST

নিউজ ডেস্ক, 10 জুলাইঃ কৰ্ণাটকত তীব্ৰ ৰূপ ধাৰণ কৰিছে ৰাজনৈতিক অস্থিৰতাই ৷ অনিশ্চয়তাই দেখা দিছে কংগ্ৰেছ-জেডি(এছ) চৰকাৰখনৰ অস্তিত্বৰ প্ৰতি ৷

ETV BHARAT ASSAM
আৰু দুগৰাকী জে ডি(এচ) বিধায়কৰ পদত্যাগ!!

শেহতীয়াকৈ দুজন জেডি (এছ) বিধায়কে বিধানসভাৰ অধ্যক্ষৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰিছে ৷ ইয়াৰ লগে লগে পতদ্যাগী বিধায়কৰ সংখ্যা 16জনলৈ বৃদ্ধি পালে ৷

ইপিনে কৰ্ণাটকৰ পদত্যাগী বিধায়কসকলে আৰক্ষী আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে মুম্বাইত আটক কংগ্ৰেছ নেতা আৰু কৰ্ণাটকৰ মন্ত্ৰী ডি কে শিৱকুমাৰক ৷ কালিনা বিশ্ববিদ্যালয়ৰ অতিথিশালাত ৰখা হৈছে তেওঁক ৷

  • Mumbai: #Karnataka Minister DK Shivakumar, Milind Deora & other Congress leaders who were detained, have been kept at Kalina University rest house. They were sitting outside Renaissance - Mumbai Convention Centre Hotel when they were detained by police. pic.twitter.com/K2EgyB3O6f

    — ANI (@ANI) July 10, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ উপৰিও কংগ্ৰেছ নেতা গোলাম নাবি আজাদক কৰ্ণাটক আৰক্ষীয়ে বেংগালুৰুস্থিত ৰাজভৱনৰ সমীপৰ পৰা প্ৰতিবাদ কৰি থকা অৱস্থাত আটক কৰে ৷

Intro:Body:

https://etvbharat.page.link/DDMB4fYBskZ8yu3HA

karnataka crisis

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.