ETV Bharat / bharat

কোভিড-১৯ ৰ ভেকচিন প্ৰস্তুত কৰিবলৈ ট্ৰাম্পৰ চেষ্টা অব্যাহত - এইডছ

আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰতি ডোনাল্ড ট্ৰাম্পে জনাই যে,মাৰাত্মক এইডছৰ প্ৰতিৰোধৰ বাবে ভেকচিন প্ৰস্তুত কৰিবলৈ কোনোবা বিজ্ঞানী বা বিশেষজ্ঞৰ লোকক দায়িত্ব অৰ্পণ কৰা হ'ব । ট্ৰাম্পে ইয়াৰ কাৰ্যকৰী কৰাৰ বাবে এখন পত্ৰত চহী কৰি অনুমতি প্ৰদান কৰে ।

trump-on-an-aids-vaccine-that-doesnt-exist

author img

By

Published : Jun 17, 2020, 8:10 PM IST

নিউজ ডেস্ক, ১৭ জুন : মঙলবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰতি ডোনাল্ড ট্ৰাম্পে জনাই যে,মাৰাত্মক এইডছৰ প্ৰতিৰোধৰ বাবে ভেকচিন প্ৰস্তুত কৰিবলৈ দিয়া প্ৰতিষ্ঠানকে কোভিড-১৯ৰ ভেকচিন প্ৰস্তুত কৰিবলৈ অনুমতি প্ৰদান কৰিব । ৰাষ্ট্ৰপ্ৰতি গৰাকীয়ে আশা কৰিছে যে,অনতিপলমে কোভিড-১৯ৰ বাবে ভেকচিন প্ৰস্তুত কৰিবলৈ সক্ষম হ'ব ।

trump-on-an-aids-vaccine-that-doesnt-exist
কোভিড-১৯ ৰ ভেকচিন প্ৰস্তুত কৰিবলৈ ট্ৰাম্পৰ চেষ্টা অব্যাহত

লগতে,ৰাষ্ট্ৰপ্ৰতি গৰাকীয়ে প্ৰাক্তন ৰাষ্ট্ৰপ্ৰতি বাৰাক অবামাৰ কাৰ্যকালৰ সময়তে ৰৈ যোৱা বিভিন্ন আধৰুৱা কাম কৰিবলৈ প্ৰস্তুত হৈছে । প্ৰশাসনিক বা অন্য ক্ষেত্ৰৰ কাম কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে । ট্ৰাম্পে ইয়াৰ কাৰ্যকৰী কৰাৰ বাবে এখন পত্ৰত চহী কৰি অনুমতি প্ৰদান কৰে ।

লগতে পঢ়ক : এ এফ চি-১৬ৰ অনুৰ্ধৰ চেম্পিয়নশ্বিপত অ'ফিচিয়েল ড্ৰ'ৰ বাবে পট ৩ত ভাৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.