ETV Bharat / bharat

ত্ৰিপুৰাত ধুমুহাৰ তাণ্ডৱ - বিদ্যুত পৰিবাহী খুটা

ত্ৰিপুৰাত ধুমুহাৰ তাণ্ডৱ৷ ঠায়ে-ঠায়ে বহু লোকৰ বাসগৃহ ভাঙি পৰাৰ উপৰি বহু লোকৰ বাসগৃহত প্ৰকাণ্ড-প্ৰকাণ্ড গছ বাগৰি পৰে আৰু বিভিন্ন স্থানত বিদ্যুত পৰিবাহী খুঁটা বাগৰি পৰে ৷

ত্ৰিপুৰাত ধুমুহাৰ তাণ্ডৱ
author img

By

Published : Apr 28, 2019, 2:02 PM IST

ত্ৰিপুৰা, 28 এপ্ৰিল : দেওবাৰে ত্ৰিপুৰাত তাণ্ডৱ চলায় ধুমুহাই ৷ ধুমুহাৰ ফলত ত্ৰিপুৰাৰ চুৰাইবাড়ী, ফুলবাড়ী, লক্ষীনগৰ, খেৰেংজুৰী, খাদিমবাৰী আদি এলেকাত বিস্তৰ ক্ষতি সাধন হয় ৷

ত্ৰিপুৰাত ধুমুহাৰ তাণ্ডৱ

ঠায়ে-ঠায়ে বহু লোকৰ বাসগৃহ ভাঙি পৰাৰ উপৰি বহু লোকৰ বাসগৃহত প্ৰকাণ্ড-প্ৰকাণ্ড গছ বাগৰি পৰে আৰু বিভিন্ন স্থানত বিদ্যুত পৰিবাহী খুঁটা বাগৰি পৰে ৷ যাৰ বাবে ব্যাহত হৈ পৰে বিদ্যুত যোগান ৷ ধুমুহাৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও জিলাখনৰ বিভিন্ন স্থানত বিস্তৰ ক্ষতি হয় ৷

Intro:ত্ৰিপুৰাত ধুমুহাৰ ভয়াবহ তাণ্ডৱBody:SLUG : TRIPURAT DHUMUHAR TANDOB

আজি পোৱাৰ ভাগত প্ৰচন্ড এক ধুমুহাই তচনচ কৰি থৈ গল চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ উত্তৰ জিলাৰ বহু এলেকা । ধুমুহাৰ ফলত বহু লোকৰ বাসগৃহ ভুপতীত হৈছে । বিস্তৰ ক্ষতিসাধন হৈছে বহু ব্যবসায়ীক প্ৰতিষ্ঠান । ঠায়ে ঠায়ে বাগৰি  পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ । বিভিন্ন স্থানত বাগৰিছে বিদ্যুত পৰিবাহী খুটা । যাৰ ফলত ব্যহত হৈছে বিদ্যুত যোগান । বিভিন্ন স্থানত গছ বাগৰাৰ ফলত ব্যহত হৈছে যোগাযোগ ব্যবস্থা । বহু লোকৰ বাসগৃহৰতো বাগৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ । যদিও এতিয়ালৈকেও হতাহতৰ কোনো খবৰ নাই । বিশেষকৈ উত্তৰ ত্ৰিপুৰা জিলাৰ চুৰাইবাড়ী, ফুলবাড়ী, লক্ষীনগৰ, খেৰেংজুৰী, খাদিমবাৰী আদি এলেকাত ক্ষয় ক্ষতি ৰ পৰিমান অধিক হৈছে বুলি জানিব পৰা গৈছে । 

বাইট: স্থানীয় ৰাইজ ।

Date : 28.04.19 Conclusion:বহু লোক গৃহহীন বুলি জানিবলৈ পোৱা গৈছে
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.