ETV Bharat / bharat

উত্তৰ প্ৰদেশত সুস্থ হৈ উঠিছে কৰ'ণা ভাইৰাছত আক্ৰান্ত এটি 3 মহীয়া শিশু

১২ এপ্ৰিলত হাস্পতাললৈ অনা এটি 3 মহীয়া শিশুৰ দেহত কৰ'ণা ভাইৰাছৰ অৱস্থিতি ধৰা পৰে ৷ দেওবাৰে শিশুটিক হাস্পতালৰ পৰা অব্যাহতি দিয়া হয় ।

কৰ'ণা ভাইৰাছত আক্ৰান্ত এটি 3 মহীয়া শিশু

author img

By

Published : Apr 27, 2020, 9:26 AM IST

Updated : Apr 27, 2020, 10:12 AM IST

নেশ্যনেল ডেস্ক, ২৭ এপ্ৰিলঃ কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা এটি ৩ মহীয়া শিশুক দেওবাৰে হাস্পতালৰ পৰা অব্যাহতি দিয়া হয় । ১২ এপ্ৰিলত হাস্পতাললৈ অনা শিশুটি আৰু শিশুটিৰ মাতৃ দুয়োৰে COVID-19ৰ পৰীক্ষা কৰোৱা হৈছিল যদিও, এই পৰীক্ষাত শিশুটিৰ মাতৃৰ ফলাফল নিগেটিভ আহে ৷ এই বিষয়ে উল্লেখ কৰে বাবা ৰাঘৱ দাস চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ গণেশ কুমাৰে ৷

তেওঁ উল্লেখ কৰা অনুসৰি এইয়া চিকিৎসক সকলৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান আছিল ৷ কিয়নো তেওঁলোকৰ চিন্তা কেৱল শিশুটিক আৰোগ্য কৰাই নহয়, শিশুটিৰ মাতৃকো এই ৰোগ সংক্ৰমণৰ পৰা বচাই ৰখাটো আছিল ৷

লগতে পঢ়কঃ 78 টন Covid-সাহাৰ্য সামগ্ৰী ভাৰতলৈ প্ৰেৰণ কৰিব ছিংগাপুৰে

Last Updated : Apr 27, 2020, 10:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.