ETV Bharat / bharat

বিৰভূমৰ ইটিভি ভাৰতৰ সাংবাদিকৰ বিৰুদ্ধে ৰুজু তিনিটাকৈ গোচৰ - কলকাতা উচ্চ ন্যায়ালয়

বিৰভূমৰ ইটিভি ভাৰতৰ সাংবাদিকৰ বিৰুদ্ধে ৰুজু তিনিটাকৈ গোচৰ ৷ সাংবাদিক গৰাকীৰ মুখ বন্ধ কৰা উদ্দেশ্য ৰুজু কৰা হৈছিল গোচৰ ৷

কলকাতা উচ্চ ন্যায়ালয়
বিৰভূমৰ ইটিভি ভাৰতৰ সাংবাদিক বিৰুদ্ধে ৰুজু তিনিটাকৈ গোচৰ
author img

By

Published : Aug 4, 2020, 10:07 AM IST

Updated : Aug 4, 2020, 10:13 AM IST

নেশ্যনেল ডেস্ক, 4 আগষ্ট : পশ্চিমবংগৰ বিৰভূম জিলাৰ ইটিভি ভাৰতৰ এজন সাংবাদিকৰ বিৰুদ্ধে ৰুজু হৈছে তিনিটাকৈ গোচৰ ৷ ইয়াৰ পাচতে কলকাতা উচ্চ ন্যায়ালয়ৰ ওচৰত সাংবাদিক অভিষেক দত্ত ৰয়ে অগ্ৰিম জামিন বাবে আবেদন জনায় ৷

উচ্চ ন্যায়ালয়ে এই ঘটনা সম্পৰ্কত শুনানি গ্ৰহণ কৰাৰ পাচত এই তথ্য পোহৰলৈ আহে যে,সাংবাদিক গৰাকীৰ মুখ বন্ধ কৰাৰ উদ্দেশ্যে ৰুজু কৰা হৈছিল তিনিটাকৈ গোচৰ ৷ সাংবাদিকগৰাকীৰ হৈ উচ্চ ন্যায়ালয়ৰ শুনানিত অংশগ্ৰহণ কৰিছিল অধিবক্তা জয়ন্ত নাৰায়ন চট্টোপাধ্যায় আৰু নাজিৰ আহমেদে ৷

লগতে পঢ়ক : ৰাম মন্দিৰ নিৰ্মাণৰ আন্দোলনৰ ইতিহাস

Last Updated : Aug 4, 2020, 10:13 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.