ETV Bharat / bharat

সৰ্বোচ্চ ন্যায়ালয়ৰ স্পষ্ট নিৰ্দেশ : মুক্তি দিব লাগিব ডিটেনচন কেম্পৰ বন্দীক ! - উচ্চতম ন্যায়ালয়

ডিটেনচন কেম্পৰ বন্দীক মুক্তি দিয়াৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ৷

detention centers in Assam
detention centers in Assam
author img

By

Published : Apr 13, 2020, 7:15 PM IST

নিউজ ডেস্ক, 13 এপ্ৰিল : উচ্চতম ন্যায়ালয়ে 13 এপ্ৰিলত প্ৰদান কৰে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ ৷ এই নিৰ্দেশ অনুসৰি যিসকল লোকে অসমৰ ডিটেনচন চেন্টাৰ সমূহত ইতিমধ্যে দুটা বছৰ সম্পূৰ্ণ কৰিছে, তেওঁলোকক পাৰ্চনেল বণ্ড আৰু নিশ্চয়তাৰ জৰিয়তে মুকলি কৰি দিব পাৰে ৷ কৰ'ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিদেশী ন্যায়াধিকৰণৰ ওচৰত আৱেদন জনাইছিল জাষ্টিছ এণ্ড লিবাৰ্টি ইনিচিয়েটিভ নামৰ অসমৰ এটা সংগঠনে ৷ এই আবেদনৰ ভিত্তিতেই উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে এই নিৰ্দেশ ৷ উল্লেখ্য যে অসমৰ 6 টা ডিটেনচন কেম্পত বন্দী হৈ আছে প্ৰায় 802 গৰাকী লোক ৷

লগতে পঢ়ক : অসমবাসীক উদ্দেশ্যি সংবাদমেল সম্বোধন সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.