ETV Bharat / bharat

ৰায়পুৰত অব্যৱহৃত পানীৰ টেংকি বিষ্ফোৰণ প্ৰশাসনৰ - jaipur water tank

ভাটা গাঁওৰ জলাশয়ত থকা পানী টেংকি বিষ্ফোৰণ কৰি ভাঙি পেলোৱা হল বুধবাৰে ।

the-dilapidated-water-tank-in-raipur-was-destroyed-by-explosives
ৰায়পুৰত অব্যবহিত পানীৰ টেংকি বিষ্ফোৰণ
author img

By

Published : Jun 10, 2020, 10:27 PM IST

নিউজ ডেস্ক,১০ জুনঃ ৰায়পুৰত বুধবাৰে ভাটা গাওঁৰ জলাশয়ত থকা পানীৰ টেংকি এটা বিষ্ফোৰণ কৰি ভাঙি পেলোৱা হয় । দিনৰ ১২ বজাত বিষ্ফোৰণ বিশেষজ্ঞ বি এছ গ্ৰেবালৰ নেতৃত্বত সংঘটিত কৰা হয় এই প্ৰক্ৰিয়া ।

the-dilapidated-water-tank-in-raipur-was-destroyed-by-explosives
ৰায়পুৰত অব্যৱহৃত পানীৰ টেংকি বিষ্ফোৰণ প্ৰশাসনৰ

দীৰ্ঘদিন ধৰি অব্যৱহৃত হৈ পৰি থকাৰ বাবেই পানীৰ টেংকিটো বিষ্ফোৰণ কৰি ভাঙি পেলোৱা হয় বুলি জানিব পৰা গৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.