ETV Bharat / bharat

ধৰ্মীয় চহৰ হৰিদ্বাৰত উদ্ধাৰ কৰা হৈছে 150 বছৰীয়া প্ৰাচীন চিৰি

হৰিদ্বাৰত উদ্ধাৰ 150 বছৰীয়া প্ৰাচীন চিৰি ৷ কুম্ভ মেলাৰ নিৰ্মাণ প্ৰক্ৰিয়া চলি থকাৰ সময়তে উদ্ধাৰ হৈছে চিৰি সমূহ ৷

The ancient staircase that emerged during the excavation at Har Ki Paidi in Haridwar remains a matter of discussion. There are ancient language scripts on the stairs. Thousands thronged after the video of the stairs went viral on social media.
ধৰ্মীয় চহৰ হৰিদ্বাৰত উদ্ধাৰ কৰা হৈছে 150 বছৰীয়া প্ৰাচীন চিৰি
author img

By

Published : Nov 4, 2020, 7:29 PM IST

নিউজ ডেস্ক, 4 নৱেম্বৰ : আগন্তক কুম্ভ মেলা 2021 ৰ বাবে প্ৰস্তুতি চলি থকাৰ সময়তে ধৰ্মীয় চহৰ হৰিদ্বাৰত উদ্ধাৰ হৈছে 150 বছৰীয়া পুৰণি চিৰি ৷

উল্লেখ্য যে, 2021 চনত ধৰ্মীয় চহৰ হৰিদ্বাৰত আৰম্ভ হ'ব লগা কুম্ভ মেলাৰ বাবে কেইবাটাও প্ৰকল্পৰ জৰিয়তে কামৰ প্ৰস্তুতি চলি থকাৰ সময়ত উদ্ধাৰ হয় প্ৰাচীন চিৰি সমূহ ৷

কৰ্তৃপক্ষই জানিব দিয়া মতে, হাৰ কি পাউৰীত উদ্ধাৰ হোৱা চিৰি সমূহ প্ৰায় 100 ৰ পৰা 150 বছৰ পুৰণি ।

লগতে পঢ়ক : অপৰাধীক কৰায়ত্ব কৰাৰ বাবে কৰিমগঞ্জত আৰক্ষীক সময় বান্ধি দিলে ৰাইজে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.