নিউজ ডেস্ক, 24 মে': দক্ষিণ কাশ্মীৰৰ ত্ৰাল অঞ্চলত সেনা বাহিনীৰ মেষ্ট ৱান্টেড সন্ত্ৰাসবাদী জাকিৰ মুছাক হত্যা ৷ সন্ত্ৰাসবাদী সংগঠন 'অঞ্চাৰ গাজাৱট উল হিন্দ'ৰ চীফ আছিল জাকিৰ মুছা ৷ ইতিমধ্যে কাশ্মীৰৰ সেনা বাহিনীয়ে জব্দ কৰে জাকিৰ মুছাৰ মৃতদেহ ৷ খবৰ অনুসৰি, এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত সেনা বাহিনীয়ে বিগত কিছু দিন ধৰি সন্ত্ৰাসবাদীজনৰ বাসগৃহ ঘেৰাও কৰি সন্ত্ৰাসবাদী কেইটাক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু সন্ত্ৰাসবাদীয়ে সেনা বাহিনীৰ নিৰ্দেশ অমান্য কৰি গ্ৰেনেড আক্ৰমণ কৰে ৷ তাৰ পাচতে সেনা বাহিনীয়ে দিয়া প্ৰত্যুত্তৰত মৃত্যু হয় জাকিৰ মুছাৰ ৷
কাশ্মীৰত মষ্ট ৱান্টেড জাকিৰ মুছাক হত্যা - etv bharat assam
2017 চনৰ পূৰ্বে হিজবুল মুজাহিদিন সংগঠনত ভৰ্তি হৈছিল মুছা ৷ হিজবুল মুজাহিদিনৰ পৰা ওলাই আহি নিজৰ নেতৃত্বত সন্ত্ৰাসবাদী সংগঠন গঠন কৰে ৷ বুৰহান বাণী হত্যাৰ পাচত জম্মু-কাশ্মীৰৰ নতুন পোষ্টাৰ বয় ৰূপে পৰিচিত আছিল জাকিৰ মুছা
নিউজ ডেস্ক, 24 মে': দক্ষিণ কাশ্মীৰৰ ত্ৰাল অঞ্চলত সেনা বাহিনীৰ মেষ্ট ৱান্টেড সন্ত্ৰাসবাদী জাকিৰ মুছাক হত্যা ৷ সন্ত্ৰাসবাদী সংগঠন 'অঞ্চাৰ গাজাৱট উল হিন্দ'ৰ চীফ আছিল জাকিৰ মুছা ৷ ইতিমধ্যে কাশ্মীৰৰ সেনা বাহিনীয়ে জব্দ কৰে জাকিৰ মুছাৰ মৃতদেহ ৷ খবৰ অনুসৰি, এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত সেনা বাহিনীয়ে বিগত কিছু দিন ধৰি সন্ত্ৰাসবাদীজনৰ বাসগৃহ ঘেৰাও কৰি সন্ত্ৰাসবাদী কেইটাক আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু সন্ত্ৰাসবাদীয়ে সেনা বাহিনীৰ নিৰ্দেশ অমান্য কৰি গ্ৰেনেড আক্ৰমণ কৰে ৷ তাৰ পাচতে সেনা বাহিনীয়ে দিয়া প্ৰত্যুত্তৰত মৃত্যু হয় জাকিৰ মুছাৰ ৷
কাশ্মীৰত মোষ্ট ৱানটেদ জাকিৰ মুছাৰক হত্যা
body: নিউজ ডেস্ক, 24 মে': দক্ষিণ কাশ্মীৰৰ ত্ৰাল অঞ্চলত সেনা বাহিনীৰ মোষ্ট ৱানটেদ সন্ত্ৰাসবাদী জাকিৰ মুছাৰক হত্যা ৷ সন্ত্ৰাসবাদী সংগঠন 'অঞ্চাৰ গাজাৱট উল হিন্দ'ৰ চীফ আছিলে সন্ত্ৰাসবাদী জাকিৰ মুছাৰ ৷ ইতিমধয্যে কাশ্মীৰৰ সেনা বাহিনীয়ে জব্দ কৰে জাকিৰ মুছাৰৰ মৃতদেহ ৷ খবৰ অনুসৰি, এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিতে সেনা বাহিনীয়ে বিগত কিছু দিন ধৰি সন্ত্ৰাসবাদীৰ বাসগৃহত ঘেৰাও কৰি সন্ত্ৰাসবাদী কেইটাক আত্মসমৰ্পন কৰিবলৈ নিৰ্দেশ দিয়ে ৷ কিন্তু সন্ত্ৰাসবাদীয়ে সেনা বাহিনীৰ নিৰ্দেশ অমান্য কৰি গ্ৰেনেড আক্ৰমণ কৰে ৷ তাৰ পাচতে সেনা বাহিনীৰ প্ৰত্যুত্তৰত মৃত্যু হয় জাকিৰ মুছাৰৰ ৷
উল্লেখ্য যে, 2017 চনৰ পূৰ্বে হিজবুল মুজাহিদ্দিনত সংগঠনত ভৰ্তি হৈছিল মুছাৰ ৷ হিজবুল মুজাহিদ্দিনৰ পৰা ওলাই আহি নিজৰ নেতৃত্বত সন্ত্ৰাসবাদী সংগঠন গঠন কৰে ৷ বুৰহান বাণী হত্যাৰ পাচত জম্মু-কাশ্মীৰৰ নতুন পোষ্টাৰ বয় ৰূপে পৰিচিত আছিল জাকিৰ মুছাৰ ৷
আনহাতে, 2013 চনত চণ্ডীগড় ইঞ্জিয়াৰ কলেজৰ ছাত্ৰ আছিল জাকিৰ মুছাৰ ৷ যাৰ জম্মু-কাশ্মীৰৰ সেনা বাহিনীয়ে জাকিৰ মুছাৰৰ শিৰৰ মূল্য ৰাখিছিল 12 লাখ ৷ বিগত বৰ্ষত পঞ্জাৱত দেখা গৈছিল মুছাৰক৷