ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ পুঞ্চত সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত

author img

By

Published : Oct 28, 2020, 1:49 PM IST

জম্মু-কাশ্মীৰৰ পুঞ্চত সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত। সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত এ কে ৫৬, ৩টা মেগজিন, এযোৰ দূৰবীণ, এটা ৰেডিঅ' ছেট, পাকিস্তানত তৈয়াৰী পিষ্টল, এটা পিষ্টল মেগজিন, চ'লাৰ চাৰ্জাৰ, এ কে ৰাউণ্ড-৭৯৩ আৰু এটা সৰু বেগ জব্দ কৰে।

জম্মু-কাশ্মীৰৰ পুঞ্চত সন্ত্ৰাসবাদীৰ ঘাটি উত্খাত

নেশ্যনেল ডেস্ক, ২৮ অক্টোবৰ: জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ কালাবান বনাঞ্চলৰ মেন্ধৰত সেনা আৰু আৰক্ষীয়ে উৎখাত কৰিলে সন্ত্ৰাসবাদীৰ ঘাটি। সেনা বিষয়াই প্ৰকাশ কৰা তথ্য অনুসৰি, ২৭ অক্টোবৰৰ মাজ নিশাৰ পৰা ২৮ অক্টোবৰলৈকে যুটীয়া অভিযান চলায় সেনা আৰু আৰক্ষীয়ে। সন্ত্ৰাসবাদীৰ ঘাটি উৎখাত কৰি অস্ত্ৰ-শস্ত্ৰ জব্দ কৰে। সন্ত্ৰাসবাদীৰ ঘাটিটোৰ পৰা এ কে ৫৬, ৩টা মেগজিন, এযোৰ দূৰবীণ, এটা ৰেডিঅ' ছেট, পাকিস্তানত তৈয়াৰী পিষ্টল, এটা পিষ্টল মেগজিন, চ'লাৰ চাৰ্জাৰ, এ কে ৰাউণ্ড-৭৯৩ আৰু এটা সৰু বেগ জব্দ কৰে।

লগতে পঢ়ক:আজি বিহাৰৰ তিনিখন নিৰ্বাচনী ৰেলীত ভাগ ল’ব প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.