ETV Bharat / bharat

বিচ্ছিন্নতাবাদী নেতা মিৰৱাইজ ওমৰ ফাৰুকলৈ নিয়াৰ চমন

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ অভিযোগত মিৰৱাইজ ওমৰ ফাৰুকৰ চমন জাৰি কেন্ত্ৰীয় অনুসন্ধানকাৰী সন্থা (নিয়া) ৰ৷

author img

By

Published : Mar 15, 2019, 10:07 AM IST

ETV BHARAT

নিউজ ডেস্ক, 15 মাৰ্চ : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ অভিযোগত বিচ্ছিন্নতাবাদী নেতা মিৰৱাইজ ওমৰ ফাৰুকৰ চামন জাৰি কেন্ত্ৰীয় অনুসন্ধানকাৰী সন্থা (নিয়া) ৰ৷ সোধা-পোছাৰ বাবে নিয়াৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ চমন জাৰি কৰা হৈছে বিচ্ছিন্নতাবাদী নেতাজনক৷

18 মাৰ্চত নতুন দিল্লীস্থিত নিয়াৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ'ব লাগিব মিৰৱাইজ ওমৰ ফাৰুক৷ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ আৰু ধন প্ৰদানৰ অভিযোগত বিভিন্নজন বিচ্ছিন্নতাবাদী নেতাৰ বাসগৃহত 26 ফেব্ৰুৱাৰীত অভিযান চলাইছিল নিয়াই। অভিযানক নিয়াক সংগ প্ৰদান কৰিছিল জম্মু-কাশ্মীৰ আৰক্ষীৰ লগতে চিআৰপিএফ জোৱানে।

যাচিন মালিক, চব্বিৰ শ্বাহ, মিজৱাইজ ওমৰ ফাৰুক,মহম্মদ আছৰফ খান, নচিম গিলানী আদিকে ধৰি বিভিন্নজন বিচ্ছিন্নতাবাদী নেতাৰ বাসগৃহত চলোৱা হৈছিল এই অভিযান। অভিযানত নিয়াৰ হাতত ধৰা পৰিছিল সন্ত্ৰাসবাদ প্ৰলোভন মূলক নথি-পত্ৰ, সম্পত্তিৰ দলিল, ধন লেন-দেনৰ তথ্যকে ধৰি বিভিন্ন আপত্তিকজনক নথি-পত্ৰ । গুৰুত্বপূৰ্ণ ভাৱে এই অভিযানতেই সন্ত্ৰাসবাদী সংগঠনৰ নাম লিখা তথ্য-পাতি আৰু ইলেক্ট্ৰনিক ডিভাইচো জব্দ কৰিবলৈ সক্ষম হৈছিল অনুসন্ধানকাৰী সংস্থাটোৱে।

Terror financing case: NIA issues fresh summons to Mirwaiz Umer Farooq for questioning in Delhi

বিচ্ছিন্নতাবাদী নেতা মিৰৱাইজ ওমৰ ফাৰুকলৈ নিয়াৰ চামন

নিউজ ডেস্ক, 15 মাৰ্চ : জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ অৰ্থে ধন প্ৰদানৰ অভিযোগত  বিচ্ছিন্নতাবাদী নেতা মিৰৱাইজ ওমৰ ফাৰুকৰ চামন জাৰি কেন্ত্ৰীয় অনুসন্ধানকাৰী সন্থা (নিয়া) ৰ৷ সোধ-পোছৰ বাবে নিয়াৰ কাৰ্যালয়ত হাজিৰ হ'বলৈ চামন জাৰি কৰা হৈছে বিচ্ছিন্নতাবাদী নেতাজনক৷ 

18 মাৰ্চত নতুন দিল্লীস্থিত নিয়াৰ মুখ্য কাৰ্যালয়ত হাজিৰ হ'ব লাগিব মিৰৱাইজ ওমৰ ফাৰুক৷ জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদক প্ৰশ্ৰয় দিয়াৰ অৰ্থে ধন প্ৰদানৰ অভিযোগত বিভিন্নজন বিচ্ছিন্নতাবাদী নেতাৰ বাসগৃহত 26 ফেব্ৰুৱাৰীত অভিযান চলাইছিল নিয়াই। অভিযানক নিয়াক সংগ প্ৰদান কৰিছিল জম্মু-কাশ্মীৰ আৰক্ষীৰ লগতে চিআৰপিএফ জোৱানে।

যাচিন মালিক, চব্বিৰ শ্বাহ, মিজৱাইজ ওমৰ ফাৰুক,মহম্মদ আছৰফ খান, নচিম গিলানী আদিকে ধৰি বিভিন্নজন বিচ্ছিন্নতাবাদী নেতাৰ বাসগৃহত চলোৱা হৈছিল এই অভিযান। অভিযানত নিয়াৰ হাতত ধৰা পৰিছিল  সন্ত্ৰাসবাদ প্ৰলোভন মূলক নথি-পত্ৰ, সম্পত্তিৰ দলিল, ধন লেন-দেনৰ তথ্যকে ধৰি বিভিন্ন আপত্তিকজনক নথি-পত্ৰ । গুৰুত্বপূৰ্ণ ভাৱে এই অভিযানতেই সন্ত্ৰাসবাদী সংগঠনৰ নাম লিখা তথ্য-পাতি আৰু ইলেক্ট্ৰনিক ডিভাইচো জব্দ কৰিবলৈ সক্ষম হৈছিল অনুসন্ধানকাৰী সংস্থাটোৱে। 
201902271107331083_NIA-conducts-raids-on-separatists-in-Kashmir_SECVPF.gif

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.