ETV Bharat / bharat

অযোধ্যাত সন্ত্ৰাসবাদীৰ কূটাঘাটৰ পৰিকল্পনা - utthav thakay

সন্ত্ৰাসবাদ ৰোধৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে চৰখনত।

অযোধ্যাত সন্ত্ৰাসবাদীৰ কূটাঘাটৰ পৰিকল্পনা
author img

By

Published : Jun 15, 2019, 12:18 PM IST

নিউজ ডেস্ক, ১৫ জুন: অযোধ্যাত সন্ত্ৰাসবাদীৰ কূটাঘাটৰ পৰিকল্পনা। চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰিছে অযোধ্যাত সন্ত্ৰাসবাদীৰ গতি-বিধিৰ কথা। সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম কৰি ৰখা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ কটকটীয়া নিৰাপত্তা বেষ্টনী তৈয়াৰ কৰা হৈছে চহৰখনত। জনসাধাৰণ ভীতিগ্ৰস্ত নহ'বলৈ আহ্বান জনাইছে অযোধ্যাৰ আৰক্ষী অধীক্ষক অনিল কুমাৰ চিচোডিয়াই।

উল্লেখ্য যে, শিৱসেনাৰ প্ৰধান উদ্ধৱ ঠাকৰেৰ অযোধ্যা ভ্ৰমণৰ পৰিপ্ৰেক্ষিততেই সন্ত্ৰাসবাদীয়ে কূটাঘাটৰ পৰিকল্পনা কৰিছে চহৰখনত।

terror alart in ayodhya

অযোধ্যাত সন্ত্ৰাসবাদীৰ কূটাঘাটৰ পৰিকল্পনা

সন্ত্ৰাসবাদ ৰোধৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে চৰখনত।

নিউজ ডেস্ক, ১৫ জুন: অযোধ্যাত সন্ত্ৰাসবাদীৰ কূটাঘাটৰ পৰিকল্পনা। চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰিছে অযোধ্যাত সন্ত্ৰাসবাদীৰ গতি-বিধিৰ কথা। সন্ত্ৰাসবাদীৰ কাৰ্যকলাপৰ প্ৰতি সষ্টম হৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে চহৰখনত।

আসন্ন কূটাঘাটমূলক পৰিস্থিতিৰ সক্ষম হ'ব পৰাকৈ চহৰখনত নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে বুলি জনসাধাৰণ ভীতিগ্ৰস্ত নহ'বলৈ আশ্বাস প্ৰদান কৰিছে অযোধ্যাৰ আৰক্ষী অধীক্ষক অনিল কুমাৰ চিচোডিয়াই।

উল্লেখ্য যে, শিৱসেনাৰ প্ৰধান উদ্ধৱ ঠাকৰেৰ অযোধ্যা ভ্ৰমণৰ পৰিপ্ৰেক্ষিততেই সন্ত্ৰাসবাদীয়ে কূটাঘাটৰ পৰিকল্পনা কৰিছে চহৰখনত। 
AyodhyaPolice_d5JIoD9.jpg
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.