ETV Bharat / bharat

সামাজিক মাধ্য়মত ভাইৰেল তেজ প্ৰতাপৰ চিঠি - লালু প্ৰসাদক পশুখাদ্য় কেলেংকাৰী পৰা মুক্তি দিবলৈ অনুৰোধ

তেজ প্ৰতাপ যাদৱে পিতৃ লালু প্ৰসাদক পশুখাদ্য় কেলেংকাৰী পৰা মুক্তি দিবলৈ অনুৰোধ জনাই ৰাষ্ট্ৰপতিলৈ এখন চিঠি লিখিছিল । চিঠিখনত থকা ৬ টাকৈ শব্দৰ ভুলৰ বাবে সামাজিক মাধ্য়মত এতিয়া হৈ পৰিছে ভাইৰেল ।

সামাজিক মাধ্য়মত ভাইৰেল তেজ প্ৰতাপৰ চিঠি

author img

By

Published : Jan 27, 2021, 4:28 PM IST

নিউজ ডেস্ক , ২৭ জানুৱাৰী : পুনৰ চৰ্চাত আৰ.জে.ডি নেতা লালু প্ৰসাদৰ ডাঙৰ পুত্ৰ তেজ প্ৰতাপ যাদৱ । সামাজিক মাধ্য়মত শেহতীয়াকৈ চৰ্চা লাভ কৰিছে তেজ প্ৰতাপৰ এখন চিঠিয়ে । ভাৰতৰ ৰাষ্ট্ৰপতিলৈ লিখা তেওঁৰ চিঠিখনৰ জৰিয়তে তেওঁক উপলুঙা কৰা দেখা গৈছে সামাজিক মাধ্য়মত । তেওঁৰ ওপৰত নিৰ্মিত বহু মিম ইতিমধ্য়ে ভাইৰেল হৈ পৰিছে । ভাইৰেল হোৱা চিঠিখনত স্পষ্ট যে তেজ প্ৰতাপে ২৫ জানুৱাৰীত ৰাষ্ট্ৰপতিলৈ চিঠিখনৰ জৰিয়তে এক বিশেষ আবেদন জনাইছে ।

সামাজিক মাধ্য়মত ভাইৰেল তেজ প্ৰতাপৰ চিঠি
সামাজিক মাধ্য়মত ভাইৰেল তেজ প্ৰতাপৰ চিঠি

তেজে ৰাষ্ট্ৰপতিক পত্ৰখনৰ জৰিয়তে বৰ্তমান চিকিৎসাধীন পিতৃক পশু খাদ্য় কেলেংকাৰীৰ পৰা মানৱীয়তাৰ খাতিৰত মুক্তি দিয়াৰ বাবে অনুৰোধ জনাইছিল । কিন্তু চিঠিখনত থকা ৬ টা শব্দৰ ভুলৰ বাবে এতিয়া সামাজিক মাধ্য়মত হাঁহিয়াতৰ পাত্ৰ হৈছে তেজ প্ৰতাপ । চিঠিখনৰ সমান্তৰালকৈ তেজ প্ৰতাপে টুইটযোগেও তেওঁৰ পিতৃৰ মুক্তিৰ বাবে চলোৱা অভিযানত ৰাইজক সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছিল ।

  • समानता की लड़ाई को जीतकर “लड़ाका लालू” कहलाने वाले उस विचारधारा की आज़ादी के लिए पत्र लिखकर #आज़ादीपत्र मुहीम का शुरुआत किया।

    आप सभी को मुहीम का हिस्सा बनने के लिए आमंत्रित करता हूँ। pic.twitter.com/3fceV5gNfx

    — Tej Pratap Yadav (@TejYadav14) January 25, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক :পুনৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে সৌৰৱ গাংগুলীক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.