নিউজ ডেস্ক, ১৯ জুন : চলিত বষৰ প্ৰথম ভাগত শ্ৰীনগৰ-জম্বু ৰাজপথত হিজবুল মুজাহিদ্দিনৰ দুজন সন্ত্ৰাসবাদী ঘটনাৰ বাবে নিলম্বিত হোৱা জম্বু-কাশ্মীৰৰ নিলম্বিত ডি এছ পি ডবীন্দাৰ সিঙে শুকুৰবাৰে দিল্লীৰ এখন আদালতত জামিন লাভ কৰে । এই ঘটনাৰ অন্য এজন অভিযুক্ত ইৰফান শ্বৰীফ মীৰকো দিল্লী আদালতে জামিনত মুক্তি দিয়ে ।
উল্লেখযোগ্য যে,তদন্ত সংস্থা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰাৰ ৯০ দিনৰ ভিতৰত অভিযোগ পত্ৰ দাখিলত ব্যৰ্থ হৈছিল সংস্থাটোৱে ।
লগতে পঢ়ক : বীৰ জোৱান জয় কিশোৰ সিঙৰ শেষকৃত্য সম্পন্নঃ হাজাৰ হাজাৰ লোকৰ সমাগম