ETV Bharat / bharat

সুষমা স্বৰাজৰ দেহাৱসান

author img

By

Published : Aug 6, 2019, 11:43 PM IST

Updated : Aug 7, 2019, 12:17 AM IST

হৃদ ৰোগত আক্ৰান্ত হৈ হঠাতে মৃত্যুক আকোঁৱালী লয় বিজেপিৰ জেষ্ঠ নেত্ৰীগৰাকীয়ে

সুষমা স্বৰাজৰ দেহাৱসান
  • প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুষমা স্বৰাজৰ দেহাৱসান
  • হৃদ ৰোগত আক্ৰান্ত হৈ হঠাতেই মৃত্যুক আঁকোৱালী লয় বিজেপিৰ জেষ্ঠ নেত্ৰীগৰাকীয়ে
  • মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 67 বছৰ

থোৰতে সুষমা স্বৰাজঃ

সুষমা স্বৰাজঃ 1952 চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে অবিভক্ত পাঞ্জাবৰ আম্বালা কেণ্টনমেণটত জন্ম হয় সুষমা স্বৰাজৰ । পিতৃ হৰদেৱ শৰ্মা আৰু মাতৃ শ্ৰীমতি লক্ষ্মী দেৱী ৷

ভাৰতীয় ৰাজনীতিৰ এগৰাকী প্ৰভাৱশালী নেত্ৰী হোৱাৰ লগতে ভাৰতৰ উচ্চতম ন্যায়ালয়তো অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেত্ৰী আৰু বৰ্তমান ভাৰত চৰকাৰৰ মোদী কেবিনেটৰ প্ৰাক্তন বিদেশ মন্ত্ৰী আছিল ৷ মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা ইন্দিৰা গান্ধীৰ পিছত তেওঁ হৈছে দ্বিতীয়গৰাকী মহিলা। তেওঁ ৭ বাৰকৈ সংসদলৈ আৰু ৩ বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে।

তেওঁ ২৫ বছৰ বয়সতে হাৰিয়ানা ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰা কণিষ্ঠতম মন্ত্ৰী। ইয়াৰ লগতে তেওঁ ১৩ অক্টোবৰ ১৯৯৮ চনৰ পৰা ৩ ডিচেম্বৰ ১৯৯৮ চনলৈ দিল্লীৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত তেওঁ মধ্য প্ৰদেশৰ বিদিশা লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে প্ৰায় ৪,০০,০০০ ভোটৰ ব্যৱধানত জয়ী হৈছিল।

তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত বিদেশ মন্ত্ৰী হিচাপে ২০১৪ চনৰ ২৬ মে'ত শপত গ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত বাতৰি কাকত 'ৱাল ষ্ট্ৰীট জাৰ্ণেল'ত তেওঁক ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ৰাজনীতিজ্ঞ বুলি অভিহিত কৰিছিল।

Intro:Body:

সুষমা স্বৰাজঃ   1952 চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে অবিভক্ত পাঞ্জাবৰ আম্বালা কেণ্টনমেণটত জন্ম হয় সুষমা স্বৰাজৰ । পিতৃ হৰদেৱ শৰ্মা আৰু মাতৃ শ্ৰীমতি লক্ষ্মী দেৱী৷ এগৰাকী ভাৰতীয় ৰাজনৈতিকনেত্ৰী আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ অধিবক্তা। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠনেত্ৰী আৰু বৰ্তমান ভাৰত চৰকাৰৰ মোদী কেবিনেটৰ প্ৰাক্তন বিদেশ মন্ত্ৰী। বিদেশ মন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা ইন্দিৰা গান্ধীৰ পিছত তেওঁ দ্বিতীয় গৰাকী মহিলা। তেওঁ ৭ বাৰৰ বাবে সংসদলৈ আৰু ৩ বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছে। তেওঁ ২৫ বছৰ বয়সতে হাৰিয়ানা ৰাজ্যৰ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰা কণিষ্ঠতম মন্ত্ৰী। ইয়াৰ লগতে তেওঁ ১৩ অক্টোবৰ ১৯৯৮ চনৰ পৰা ৩ ডিচেম্বৰ ১৯৯৮ চনলৈ দিল্লীৰ পঞ্চম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

২০১৪ চনৰ লোকসভাৰ নিৰ্বাচনত তেওঁ মধ্য প্ৰদেশৰ বিদিশা লোকসভা সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে প্ৰায় ৪,০০,০০০ ভোটৰ ব্যৱধানত জয়ী হৈছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত বিদেশ মন্ত্ৰী হিচাপে ২০১৪ চনৰ ২৬ মে'ত শপত গ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিখ্যাত বাতৰি কাকত ৱাল ষ্ট্ৰীট জাৰ্ণালে তেওঁক ভাৰতৰ আটাইতকৈ জনপ্ৰিয় ৰাজনীতিজ্ঞ বুলি সম্বোধন কৰিছিল।

পূৰ্বৰে পৰা হৃদ ৰোগত আক্ৰান্ত জ্যেষ্ঠনেত্ৰীগৰাকী মঙলবাৰে হঠাত গুৰুতৰভাৱে  হৈ AIIMS ত ভৰ্তি কৰোৱা হয় যদিও হঠাতেই মৃত্যুক আকোৱালি লয় বিজেপিৰ জেষ্ঠ নেত্ৰীগৰাকী ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 67 বছৰ ৷ 

Conclusion:
Last Updated : Aug 7, 2019, 12:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.