ETV Bharat / bharat

বিজেপিত যোগদানৰ পিচত প্ৰথমটো ৰ'ড শ্ব'ত অংশগ্ৰহণ অভিনেতা ছানী দেওলৰ - অভিনেতা ছানী দেওল

ৰাজস্থানৰ বাৰ্মাৰত অনুষ্ঠিত বিজেপিৰ প্ৰচাৰ অভিযানত বাৰ্মাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৈলাশ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিনেতা ছানী দেওলৰ

থমটো ৰ'ড শ্ব'ত অংশগ্ৰহণ অভিনেতা ছানী দেওলৰ
author img

By

Published : Apr 27, 2019, 5:17 PM IST

নিউজ ডেস্ক, ২৭ এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ বাৰ্মাৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী কৈলাশ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিনেতা ছানী দেওলৰ । বিজেপিত অংশগ্ৰহণৰ পিচতেই প্ৰথমটো ৰ'ড শ্ব'ত অংশ গ্ৰহণ অভিনেতা গৰাকীৰ ।

থমটো ৰ'ড শ্ব'ত অংশগ্ৰহণ অভিনেতা ছানী দেওলৰ

উল্লেখ্য যে, "গডৰ" (GADAR) ছবিৰ "Hindustan Zindabad tha, zindabad hai, zindabad rahega" শ্ল'গানেৰে নিৰ্বাচনী প্ৰচাৰ চলাই অভিনেতা গৰাকীয়ে । লগতে প্ৰচাৰৰ মাজত শুনিবলৈ পোৱা গ'ল অভিনেতা গৰাকীৰ বহুকেইটা জনপ্ৰিয় সংলাপ । ৰাজস্থানৰ বাৰ্মাৰত অনুষ্ঠিত বিজেপিৰ এই প্ৰচাৰ অভিযানত সমাগম ঘটে লক্ষ লক্ষ লোকৰ । ৰ'ড শ্ব'ৰ মাজতেই অভিনেতাগৰাকীক বহু অনুৰাগীয়ে বিভিন্ন ধৰণৰ উপহাৰ দিয়াও পৰিলক্ষিত হয় ।

assign to supriya
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.